--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাউণ্টৰ পৰা যোৱা নাই গৈছে এটিএমৰ ‘পকেট’ৰ পৰা, আৰু পকেট ভৰিছে সংশ্লিষ্ট গ্ৰাহকৰ। হয়, এইখন ভাৰতবৰ্ষতে সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনা। এই কথা কাণত পৰাৰ পাছতে এটি নিৰ্দিষ্ট এটিএমৰ পৰা ধন উলিয়াবলৈ বৃহৎ সংখ্যক লোক সমবেত হৈছে।

মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। নাগপুৰ চহৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত খাপাৰখেদা চহৰৰ এটিএমত সংঘটিত হৈছে এই ঘটনা। জাকে জাকে মানুহ আহি ১০০ টকা সোমোৱাই তুলিছে ৫০০ টকা৷

স্বাভাৱিকতে, এটিএম মেচিনৰ এই খামখেয়ালিৰ কথা সংশ্লিষ্ট বেংক কৰ্তৃপক্ষক অগৱত কৰা বুলি জানিবলৈ পোৱা গৈছে। বিষয়টো কাণত পৰাৰ লগে লগে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু এই ঘটনাটো প্ৰথমে সেই বেংকৰ এজন গ্ৰাহকৰ কাণত পৰে। নিষ্ঠাৱান গ্ৰাহকজনে বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement