--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী শ্বাটলাৰ চাইনা নেহৱালে মঙলবাৰে হংকঙৰ এনগান য়িৰ বিৰুদ্ধে পোনপটীয়া ছেটত জয়েৰে বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ অভিযান আৰম্ভ কৰিছে। চাইনাই প্ৰথম ৰাউণ্ডত ৩৮ মিনিটৰ যুঁজত এনগান য়িক ২১-১৯, ২১-৯ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰলৈ অগ্ৰসৰ হয়।

চাইনাৰ লগতে মহিলাৰ ডাবলছত ভাৰতীয় যুটি ট্ৰিচা জলি আৰু গায়ত্ৰী গোপীচান্দেও জয়েৰে প্ৰতিযোগিতাখনত অভিযান আৰম্ভণি কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত মালয়েছিয়াৰ য়িন য়ুৱান লো আৰু ভালেৰী চিঅ'ৰ বিৰুদ্ধে ২১-১১ ২১-১৩ ব্যৱধানত সহজ বিজয় সাব্যস্ত কৰে।

অৱশ্যে মিক্সড ডাবলছত প্ৰথমখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে ভেংকট গৌৰৱ প্ৰশদ আৰু জুহি দেৱাংগনৰ যুটি। ইংলেণ্ডৰ গ্ৰেগৰী মেয়াৰ্ছ আৰু জেনি মূৰৰ বিপক্ষে প্ৰথম ৰাউণ্ডৰ মেচখনত ১০-২১ ২১-২৩ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বিদায় লয় ভাৰতীয় যুটিটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ