--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাপৰ! ভাতৰ স’তে মোকৰা-মোকৰকৈ পাপৰ চোবাই নিশ্চয় আপুনি তৃপ্তি অনুভৱ কৰে৷ দেশজুৰি পাপৰৰ চাহিদা আছে৷ কিন্তু মালয়েছিয়াৰ এখন ৰেষ্টুৰেণ্টত এই পাপৰকে জনপ্ৰিয় মেস্ককান খাদ্য নাচোচ হিচাপে বিক্ৰী কৰা হৈছে। এই লৈয়েই দেশখনত থকা ভাৰতীয় খাদ্য প্ৰেমীসকলৰ মাজত তীব্ৰ অসন্তোষ!

মালয়েছিয়াৰ ৰেষ্টুৰেণ্টখনে 'এছিয়ান নাচোচ' হিচাপে বিক্ৰী কৰা একোখন পাপৰৰ মূল্য ২৭ ৰিংগিত হিচাপে নিৰ্ধাৰণ কৰিছে। ভাৰতীয় টকাত ইয়াৰ মূল্য প্ৰায় ৫০০ টকা। এই লৈয়েই ভাৰতীয় লোকসকলে সামাজিক মাধ্যমত তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে- "আগতে কুয়ালালামপুৰৰ এখন ৰেষ্টুৰেণ্টত চিকেন পকোড়াক অতি সুন্দৰভাৱে প্ৰস্তু কৰা হৈছিল। কিন্তু দাম  ইমান বেছি নাছিল। ''

সাধাৰণতে ভাৰতীয় খাদ্যসমূহ বিশ্বৰ যিকোনো প্ৰান্তৰতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰি আহিছে৷ বিশেষকৈ দক্ষিণ এছিয়াকে ধৰি বহুকেইটা অঞ্চলত ভাৰতীয় লোকসলক সঘন আহ যাহৰ ফলত বিৰিয়ানী, পোলাওকে ধৰি অনেক খাদ্যৰ প্ৰচলন আৰম্ভ হৈছে৷ পাপৰো এইসমূহ খাদ্যৰ ভিতৰত অন্যতম৷ সেইবাবেই বিদেশী খাদ্যৰ নামত পাপৰ খুওৱাটো পচন্দ কৰা নাই ভাৰতীয়সকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ