--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সীমা হাইদৰ আৰু ভাৰতীয় যুৱক শচীন মীনাৰ প্ৰেমৰ আলোচনা সকলোতে চৰ্চিত। সীমা আৰু শচীন যেতিয়া নেপাল হৈ ভাৰতলৈ আহিছিল, তেতিয়া দুয়োজনে ৰাবুপুৰা চহৰৰ এটা ভাড়া কোঠাত থাকিবলৈ আৰম্ভ কৰিছিল। শচীনে এদিন গম পালে যে সীমা বিড়িৰ প্ৰতি আসক্ত। এই কথা জনাৰ পাছত দুয়োৰে মাজত তীব্ৰ তৰ্ক হ’ল আৰু বিষয়টো কাজিয়ালৈকে উপনীত হ’ল। সীমাই শচীন কামলৈ যোৱাৰ পাছত বিড়ি খাইছিল।

মে’ মাহত যেতিয়া শচীন আৰু সীমা ভাড়াঘৰত থাকিছিল, তেতিয়া সীমা পাকিস্তানৰ পৰা অহা বুলি কোনেও সন্দেহ কৰা নাছিল। কাৰণ তেওঁ কাৰো লগত বেছি কথা পতা নাছিল। 

ঘৰৰ মালিক গিৰেন্দ্ৰই কয় যে সীমা আৰু শচীনৰ মাজত এসময়ত বহুত কাজিয়া হৈছিল। কাৰণ সীমাই বহুত ধূমপান কৰিছিল। সীমাই কয় যে তাইৰ বিড়িৰ প্ৰতি থকা আসক্তি বহুত পুৰণি। ইয়াৰ পিছত শচীনে এদিন খঙতে সীমাক প্ৰচণ্ড চৰ মাৰিছিল। ইয়াকে লৈ দুয়োৰে মাজত দুৰ্বাদল কাজিয়া হয়। তাৰপাছত ভাড়াঘৰৰ মালিকে শচীনক কয় যে যদি এনেকৈ কাজিয়া কৰিব মন যায়, তেন্তে কোঠাটো খালী কৰক।

লগতে ঘৰৰ মালিকে কয় যে তেওঁ নাজানে যে শচীনে যাৰ লগত থাকিছিল সেই মহিলাগৰাকী পাকিস্তানৰ। বাতৰি কাকতত এই খবৰটো পঢ়ি তেওঁ নিজেই আচৰিত হৈ পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস