--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমগ্ৰ দেশজুৰি চলা আন্দোলনৰ পাছতো গৃহীত হৈছিল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন৷ সেনা-আৰক্ষীৰ লাঠিৰ কোব, গুলীত প্ৰাণ গ'ল কেইবাজনো আন্দোলনকাৰীৰ৷ হাজাৰ জনতাৰ প্ৰতিবাদী কণ্ঠৰ পাছতো চৰকাৰে গৃহীত কৰিছিল এই আইনখন৷ পুনৰ 'কা'বিৰোধী সংগ্ৰামৰ উকমুকনিৰ সময়তে এজন প্ৰভাৱশালী বিজেপি নেতাই কৰা এক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী মুখতাৰ আাব্বাছ নাকবীয়ে 'কা' বাতিলৰ কোনো সম্ভাৱনা নাই বুলি জানিবলৈ দিয়ে৷ শুকুৰবাৰে মোদী চৰকাৰে তিনিখন বিতৰ্কীত কৃষি আইন বাতিলৰ কথা ঘোষণা কৰাৰ পাছতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাক লৈ উঠা প্ৰশ্নত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷

মন্ত্ৰীগৰাকীয়ে কয় যে, "কা'ৰ গইনা লৈ সংখ্যালঘুসকলক ৰাজনীতি আৰম্ভ কৰিছে একাংশ লোকে৷ এই আইনখন কোনো কাৰণতে বাতিল নহয়, কাৰণ ভাৰতীয় নাগৰিকক লৈ এই আইনখনে একো ক্ষতি কৰা নাই৷"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ