--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত পুনৰ চৰ্চাত আহিছে মোদী-মমতা৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছৰে পৰা এই বিষয়টোক লৈ যথেষ্ট উত্তাল হৈ পৰিছে ৰাজনীতিৰ পথাৰ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে কলকাতাত জানিবলৈ দিয়া মতে বুধবাৰে দিল্লীত গৈ সাক্ষাৎ কৰিব দেশৰ প্ৰধানমন্ত্ৰীক৷

চাৰিদিনীয়া ভ্ৰমণসূচী লৈ দিল্লীত উপস্থিত হোৱা মমতা বেনাৰ্জীয়ে আজি সন্ধিয়া ৫বজাত সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীক৷ বিশেষকৈ ত্ৰিপুৰাত সংঘটিত হোৱা হিংসাত্মক কাৰ্য আৰু বিএছএফৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে মমতা বেনাৰ্জীয়ে৷

টি এম চিয়ে অভিযোগ কৰিছিল যে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সঠিক নহয় আৰু স্থানীয় সংস্থাৰ নিৰ্বাচন ইয়াত নিষিদ্ধ কৰা উচিত। তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ৩৫৫ নং অনুচ্ছেদ কি হ'ল ? ত্ৰিপুৰালৈ কিমান জাননি প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে? - এইসমূহ প্ৰশ্ন উত্থাপন কৰিব বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ