--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এদশক আগতে পুত্ৰ অধ্যয়ন সুমনৰ প্ৰেমত পৰিছিল কংগনা ৰানাউত। সেই সময়ত অধয়্যনৰ পিতৃ শেখৰ সুমনে অভিনেত্ৰীগৰাকীক ‘ডাইনী’, ক’লা যাদু, ড্ৰাগছ আসক্ত বুলি অভিযোগ উত্থাপন কৰিছিল। 

এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিলে শেখৰ সুমনে। ইফালে, কংগনাই হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিত বিজেপিৰ পক্ষত থিয় দিছে। বিজেপিত যোগদান কৰিবলৈ অভিনেতাৰ সুৰ কোমল হয়। কংগনাৰ হৈ প্ৰচাৰ চলাবলৈও সন্মত হয়।

বিজেপিত যোগদান কৰাৰ এমাহ পূৰ্বে অভিনেতাজনে কংগনাৰ প্ৰতি সুৰ কোমল কৰিবলৈ আৰম্ভ কৰে। পুত্ৰৰ সৈতে অভিনেত্ৰীগৰাকীৰ তিক্ত সম্পৰ্কৰ অভিজ্ঞতাত তেওঁ বহি থকা নাই। কেৱল সেয়াই নহয়, শেখৰে ক'লে, "হয়তো সেই সময়ত দুয়োপক্ষৰ কিছু ভুল বুজাবুজি আছিল।"

মঙলবাৰে বিয়লি নতুন দিল্লীৰ ৬ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক বিনোদ টাৱাৰৰ উপস্থিতিত পদ্ম শিবিৰত পতাকা গ্ৰহণ কৰে। ইয়াৰ পিছত কংগনাৰ প্ৰচাৰৰ প্ৰশ্নৰ সন্মুখীন হ’লে অভিনেতাগৰাকীয়ে কয়, “হয়, কিয় নাযাব, মোক ফোন কৰিলে মই নিশ্চয় যাম। মোৰ কৰ্তব্যৰ ভিতৰত পৰে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ