--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিলাসী বাহনৰ মালিক হোৱাটো সঁচাকৈয়ে বহুতৰে বাবে এটা সপোন। এনে কিছুমান মানুহ আছে যিয়ে সেই সপোন পূৰণ কৰিবলৈ সক্ষম হয়।  চাকৰিত বহু বছৰ কঠোৰ পৰিশ্ৰম কৰিও বহুতে  বিলাসী গাড়ী এখন কিনাৰ সপোন পূৰণ কৰিব নোৱাৰে। 

কিন্তু কেৰালাৰ এজন খেতিয়কে বিলাসী অডি গাড়ীত উঠি শাক বেচিবলৈ যোৱাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। সুজিত নামৰ কেৰালাৰ এজন যুৱ কৃষকে কৃষিৰ জড়িয়তেও যে ধনী হ’ব পাৰি সেই কথা প্ৰমাণ কৰিছে।   তেওঁ অলপতে নতুনকৈ চপোৱা পাচলি বিক্ৰী কৰিবলৈ এখন  অডি এ ৪ বিলাসী চেডান গাড়ী ব্যৱহাৰ কৰিছে। গাড়ী খনৰ মালিকো তেঁৱেই।  এতিয়া কৃষক জনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। 
 


ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'টোৱে  দ্ৰুতগতিত নেটিজেনক  আকৰ্ষণ  কৰিছে। ক্লিপটোত, সুজিতক তেওঁৰ পথাৰৰ  পৰা শাক  সংগ্ৰহ কৰা দেখা গৈছে। তাৰ পিছত তেওঁ সেই শাক বিক্ৰী কৰিবলৈ তেওঁৰ সুন্দৰ অডিত  উঠি বজাৰত উপস্থিত হৈছে।

ক্লিপটো  ৮.৮ নিযুতৰো অধিক লোকে চাইছে  আৰু বহুতে বিভিন্ন ধৰণৰ  প্ৰতিক্ৰিয়া প্ৰকাশ  কৰিছে। বহুতে সুজিতক তেওঁৰ কঠোৰ পৰিশ্ৰমৰ বাবে অভিনন্দন জনাইছে  আৰু তেওঁ আনৰ বাবে  অনুপ্ৰেৰণা বুলি অভিহিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ