--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

আফ্ৰিকাৰ সৰ্ববৃহৎ বিমানসেৱা প্ৰতিষ্ঠান ইথিওপিয়া বায়ুসেনাৰ বিমান ইটি ৩৪৩ য়ে ১৫ আগষ্ট তাৰিখে  কাৰ্টুআমৰ পৰা আদীছ আবালৈ ভ্ৰমণ কৰি থকা অৱস্থাতে সংঘটিত হ’ল এক আজৱ ঘটনা৷ 

ব’য়িং ৭৩৭ ক নিয়ন্ত্ৰণ কৰি থকা পাইলট দুজনে অদীস আবাবা নামৰ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল৷ কিন্তু অৱতৰণৰ বিপৰীতে এই লক্ষ্যস্থান অতিক্ৰম কৰিলে পাইলট দুজনে৷ 

বিমানসেৱা নিয়ন্ত্ৰণ কক্ষৰ পৰা পাইলট দুজনৰ লগত বাৰে বাৰে যোগাযোগৰ চেষ্টা কৰিও বিফল হৈছিল৷ এই ঘটনাই আতংকৰ সৃষ্টি কৰে বিমানসেৱা নিয়ন্ত্ৰণ কক্ষত। অৱশেষত পোহৰলৈ আহিল যে বিমান চলাই থকাৰ সময়তেই নিদ্ৰামগ্ন হৈ পৰিছিল এই দুই পাইলট ৷ আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা এলাৰ্ম বজোৱাৰ পিছতহে সাৰ পাই উঠে দুই পাইলট ৷ 

বিভিন্ন তথ্য সমূহে নিশ্চিত কৰিছে যে বিমানখন মাটিৰ পৰা ৩৭,০০০ ফুট উচ্চতাত থাকোতে টোপনিত ঢলি পৰিছিল পাইলটদ্বয়৷ 

এই ঘটনাৰ পিছতে বিমান বিশ্লেষক  এলেক্স   মছেৰায়ে টুইটত প্ৰকাশ কৰে যে, আফ্ৰিকাৰ সৰ্ববৃহৎ বিমানসেৱা প্ৰতিষ্ঠানটোৰ এই বিষয়টোক যথেষ্ট গুৰুত্বপূৰ্ণভাৱে লোৱা হৈছে৷ইটি৩৪৩ বিমানখন ৩৭,০০০ উচ্চতাৰে ভ্ৰমণ কৰি আছে আৰু আদীছ আবাত অৱতৰণ কৰে৷ ”


দেখাত আমোদজনক যেন লাগিলেও এই ঘটনাই সকলোকে  স্তম্ভিত কৰি তুলিছে৷ অৱশ্যে উপযুক্ত বিচাৰ - বিশ্লেষণৰ অন্তত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু