--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানৰ ভিতৰত বহু কথাই ঘটে। তেনেবোৰ ঘটনাৰ সাক্ষী হৈ ৰয় বিমান পৰিচালক-পৰিচালিকাসকল। শেহতীয়াকৈ এজন বিমান সেৱকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মুখ্য এয়াৰলাইনৰ তেওঁৰ কেৰিয়াৰত ২৫ বছৰ ধৰি  কৰা চাকৰি কালৰ অভিজ্ঞতা ৰাজহুৱা কৰিছে। 

বিমানত ঘটা  কিছুমান "ঘৃণনীয়" কথা প্ৰকাশ কৰাৰ পিছত ইণ্টাৰনেটত  তেওঁৰ  কথাবোৰ ভাইৰেল হৈ পৰিছে। নাম প্ৰকাশ নকৰা কৰ্মীগৰাকীয়ে কৈছে যে  বিমানত তেওঁ উদ্ধাৰ কৰা সামগ্ৰীবোৰৰ ভিতৰত ব্যৱহাৰ কৰা কণ্ডোম, পেলাই দিয়া  আণ্ডাৰৱেৰ (পুৰুষ আৰু মহিলা) আদিও আছিল। তেনে সামগ্ৰী  প্ৰায়ে তেওঁ বিমানৰ ভিতৰত উদ্ধাৰ কৰাৰ কথাই বিমানত কি ঘটে সেই কথা উন্মোচন কৰিছে বুলি বহুতে মন্তব্য কৰিছে। 

তেনে সামগ্ৰী দেখি বহু যাত্ৰীয়ে লাজতে মুখ ঢাকিছিল।  বিমান সেৱকেগৰাকীয়ে লগতে কৈছে যে   তেওঁ প্ৰতি সপ্তাহত শৌচাগাৰত ধূমপান কৰিবলৈ চেষ্টা কৰা লোকসকলক ধৰে পেলাইছিল। তেওঁ প্ৰতি ছমাহত সমস্যাৰ সৃষ্টি কৰা সুৰাপায়ী  যাত্ৰীৰ মুখামুখী হ’বলগীয়া হৈছিল। তেওঁ কয় যে লাছ ভেগাছত বহু মাতাল লোকে বিমানত উঠিবলৈ চেষ্টা কৰে।  

বিমান সেৱকৰ চাকৰিৰ  প্ৰত্যাহ্বানবোৰৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় "আপোনাৰ পত্নীৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক থাকিব লাগিব। আপুনি অনুষ্ঠান, বন্ধৰ দিন আদি হেৰুৱাব লাগিব।  যদি পৰিয়ালত সৰু ল'ৰা-ছোৱালী থাকে তেন্তে অলপ বেছিয়েই কষ্ট হয়" ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ