--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • প্ৰজ্ঞাসভাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১
  • ৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক এই সাহায্য প্ৰদান কৰা হ'ব।

ৰাজ্যৰ উচ্চ শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে দিশপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকতে এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱটোত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি, ৰাজ্যৰ মহাবিদ্যালয়সমূহত চলিত শিক্ষাবৰ্ষত বিনামূলীয়া নামভৰুক্তিৰ বাবে সৰ্বমুঠ ১০৮.৮১ কোটি টকা ব্যয় কৰা হ'ব।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই পুঁজি মুকলি কৰি দিয়া হৈছে। ইয়াৰ জৰিয়তে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ পহিলা বৰ্ষৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিবলগীয়া ১.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰুক্তিৰ সুবিধা প্ৰদান কৰা মহাবিদ্যালয়সমূহলৈ এই ক্ষতিপূৰণ আগবঢ়োৱা হ'ব।

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে আৰ্থিক অসচ্ছলতাই যাতে কোনো ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। একে সময়তে বিদ্যালয়সমূহৰ শৈক্ষিক মান উন্নত কৰাৰ বাবেও চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে বুলি তেওঁ উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰম্পৰাগত হালধিযুক্ত গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা
বাংলাদেশত দুই সহস্রাধিক শিক্ষক-শিক্ষাৰ্থীক ৰাজনৈতিক নির্যাতন; ফ্রান্সস্থিত মানৱ অধিকাৰ সংস্থাৰ প্ৰতিবেদনৰ তথ্য
ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৫০ চহৰৰ ৪৯খনেই ভাৰতৰ
শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পূৰ্বে জ্বলিছে বাংলাদেশ
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প