--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত মুখলৈ পানী আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ। কিছু সকাহ পালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ দেওবাৰে নাকচ কৰিলে নেচনেল এচেম্বলীয়ে। এই অনাস্থা প্ৰস্তাৱক অসাংবিধানিক বুলি ঘোষণা কৰে উপাধ্যক্ষই। প্ৰস্তাৱ নাকচ হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি কয় যে তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ অল্বীক নেচনেল এচেম্বলী ভংগ কৰাৰ বাবে আহ্বান জনাইছে আৰু নিৰ্বাচনৰ উপদেশ দিছে।

উল্লেখ্য যে অনাস্থা প্ৰস্তাৱক লৈ আলোচনা হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ইমৰান খান নেচনেল এচেম্বলীত উপস্থিত নাছিল।উপাধ্যক্ষৰ এই সিদ্ধান্তৰ পিছতে দেশবাসীক সম্বোধন কৰে ইমৰান খানে। ইমৰান খানে কয়, "অধ্যক্ষৰ সিদ্ধান্তৰ বাবে মই প্ৰতিজন পাকিস্তানীক অভিনন্দন জনাইছোঁ। অনাস্থা প্ৰস্তাৱটো আমাৰ বিৰুদ্ধে এটা বিদেশী ষড়যন্ত্ৰ আছিল। পাকিস্তানে নিজে সিদ্ধান্ত লোৱা উচিত তেওঁলোকক কোনে শাসন কৰিব লাগে।" 

নেচনেল এচেম্বলীত পাক মন্ত্ৰী এইচ ফাৱাদ হুছেইনে (Pak minister Ch Fawad Hussain) অনাস্থা প্ৰস্তাৱৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, "দুৰ্ভাগ্যবশতঃ এয়া হৈছে বিদেশী চৰকাৰৰ শাসন পৰিৱৰ্তনৰ বাবে এক কাৰ্যকৰী অভিযান।" অন্যহাতে  ইমৰাণ খানে কয় যে এই সমগ্ৰ ঘটনাত বিদেশীৰ হাত আছে। বিৰোধীক সহায় কৰিছে বিৰোধীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বেই সংখ্যাগৰিষ্ঠতা হেৰুৱাইল ইমৰাণ খানৰ চৰকাৰে। তাৰ পাছতেই ইমৰাণ খানৰ পদক লৈ আছিল অনিশ্চিয়তা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ