--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বুধবাৰে গুৱাহাটীত এক সংবাদমেলযোগে ‘বিজু ফুকন বঁটা’ৰ বাবে নিৰ্বাচিতসকলৰ নাম ঘোষণা কৰা হয়। ‘দ্যা ৰয়েল এফেয়াৰ্ছ গ্ৰুপ’-এ বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে। অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীক এইবৰ্ষৰ ‘জীৱনজোৰা সাধনা বঁটা’ৰ বাবে নিৰ্বাচিত কৰা হ’ব। বিশিষ্ট অভিনেতাগৰাকীয়ে অসমীয়া ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়।

বিশিষ্ট অভিনেতাগৰাকীয়ে অসমীয়া ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ইয়াৰোপৰি ৩০টাকৈ বিভিন্ন শাখাত বিজু ফুকন বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষৰ ২০ ডিচেম্বৰ মাহত PWD Conversation hall ত এই বিজু ফুকন বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সংবাদমেলত উল্লেখ কৰে উদ্যোক্তাই। উল্লেখযোগ্য যে, বিজু ফুকন ট্ৰাষ্টৰ সহযোগত দ্য ৰয়েল এফেয়াৰ্ছে প্ৰতিবছৰে এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে সংস্থাটোৱে এই বঁটা প্ৰদান কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ