--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপ হৈছে সৰীসৃপ প্ৰাণী। পৃথিৱীত বিষধৰ আৰু বিষহীন দুয়ো প্ৰকাৰৰ সাপেই দেখিবলৈ পোৱা যায়। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনে সৰ্পদংশনত তাৎক্ষণিক চিকিৎসা নল'লে মানুহৰ বা আন জীৱ জন্তুৰ মৃত্যু নিশ্চিত। সাপ দেখিলেই বহু লোকে ভয় খায়। বিষৰ বাবেই সাপ বিখ্যাত যদিও বেচিভাগ সাপেই বিষহীন।
Inland Taipan cited world's most venomous snakeমূলতঃ আত্মৰক্ষা আৰু চিকাৰৰ উদ্দেশ্যে সাপে বিষ ব্যৱহাৰ কৰে। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনে সৰ্পদংশন মানুহৰ বা আন জীৱ জন্তুৰ বাবে মৃত্যুঘাতী হ'ব পাৰে।  

অষ্ট্ৰেলিয়াত পোৱা ইনলেণ্ড টাইপান বিশ্বৰ ভিতৰতে আটাইতকৈ বিষাক্ত সাপৰ তালিকাৰ শীৰ্ষত আছে। অষ্ট্ৰেলিয়ান মিউজিয়ামৰ তথ্য অনুসৰি ইনলেণ্ড টাইপানক বিষাক্ত ভাইপাৰ বুলি কোৱা হয় আৰু ইয়াক বিশ্বৰ আটাইতকৈ বিষাক্ত সাপ হিচাপে জনা যায়।
Taipan - Facts and Beyond | Biology Dictionary
সাপৰ বিষ LD50 স্কেলৰ বিষত জুখা হয়। ইয়াৰ দ্বাৰা সাপৰ বিষৰ শক্তি নিৰ্ণয় কৰা হয়। ব্রিষ্টল বিশ্ববিদ্যালয়ৰ স্কুল অৱ কেমিষ্ট্ৰীৰ ৱেবছাইট অনুসৰি আটাইতকৈ মাৰাত্মক সাপৰ তালিকাত ইনলেণ্ড টাইপানে শীৰ্ষস্থান দখল কৰিছে। 

স্কুল অৱ কেমিষ্ট্ৰীয়ে জনোৱা মতে এই সাপটোৱে এটা কামোৰত ১১০মিলিগ্ৰাম বিষ ওলিয়ায়। অৰ্থাৎ এটা কামোৰতে ১০০ জনতকৈ অধিক লোক বা ২ লাখ ৫০ হাজাৰ নিগনি মৃত্যুমুখত পেলাব পৰা বিষৰ ক্ষমতা আছে ইনলেণ্ড টাইপানৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ