--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতে ২০২১ বৰ্ষটোৱে মেলানি মাগিবলৈ মাজত মাথোঁ কেইটামান ঘণ্টা। প্ৰত্যেকবাৰৰ দৰে ২০২২ বৰ্ষটোক আদৰিবলৈ সকলোৱে প্ৰস্তুতি চলাইছে। সমগ্ৰ ভাৰতৰ লগতে বিভিন্ন দেশত বি ভিন্ন ধৰণে নতুন বৰ্ষটোক আদৰাৰ প্ৰস্তুতি প্ৰায় তুংগত।

বিভিন্ন দেশত ভিন্ন পৰম্পৰাৰে নতুন বৰ্ষক আদৰণি জনায়। কোনো কোনো দেশত ফটকা বা আতচবাজী ফুটাই নৱবৰ্ষক আদৰণি জনোৱাৰ নিয়ম আছে যদিও জাপানত ঘণ্টা বজাই নতুন বছৰটোক স্বাগতম জনায়। সেয়ে জাপানত সেইদিনা ১০৮বাৰ ঘণ্টা বজাই নৱবৰ্ষক আদৰণি জনোৱা হয়। মান্যতা আছে যে, ১০৮বাৰ ঘণ্টা বজালে বছৰটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে।
ব্ৰাজিলতো এক অদ্ভুত পদ্ধতিৰে নতুন বছৰক আদৰাৰ নিয়ম আছে। সেয়ে ব্ৰাজিলত সেইদিনা দাইল খাই নতুন বছৰটোক আদৰণি জনায়। আনহাতে স্পেইনতো এক পৃথক ধৰণে নৱবৰ্ষ পালন কৰে। স্পেইনৰ লোকসকলে নিশা ১২ বজাৰ লগে লগে (তাৰ সময় অনুযায়ী) ১২টা আঙুৰ খাই বছৰটোক আদৰণি জনায়। মান্যতা আছে যে ১২টা আঙুৰ খালে বছৰ ১২ মাহে শুভ হয়। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ লোকসকলে পুৰণি অলাগতিয়াল আচবাব ঘৰৰ বাহিৰলৈ উলিয়াই পেলায়। তাৰ বাসিন্দাসকলৰ মতে পুৰণিক আঁতৰাই নতুনক আদৰাৰ এক অদ্ভুত পৰম্পৰা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ