--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্পেইন দলৰ আটাইতকৈ কম বয়সীয়া ফুটবলাৰ লেমিন ইয়ামাল। একেটা দলতে আছে আটাইতকৈ বয়সীয়াল জেছুছ নাভাছ (৩৮)। মঙলবাৰে ফ্ৰান্সৰ হাতত ছেমি ফাইনেলত পৰাজয়ৰ পিছত এক নতুন তথ্য ওলাইছে। জনা যায় যে য়ামালৰ পিতৃ নাভাছতকৈও সৰু। য়ামালৰ পিতৃৰ বয়স ৩৫ বছৰ। 

৩৮ বছৰীয়া নাভাছে মঙলবাৰে আৰম্ভণিৰে পৰা খেলিছিল। ২০০৮ আৰু ২০১২ চনৰ ইউৰো বিজয়ী দল আৰু ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশ হিচাপে স্পেইন দলৰ একমাত্ৰ সদস্য। আন এটা ইউৰো জয় কৰাৰ সুযোগ তেওঁৰ সন্মুখত আছে। সেই খেলুৱৈতকৈ য়ামালৰ দেউতাক সৰু।

ইফালে খেলখনৰ পিছতে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তাত স্পেইনৰ ৰঙা জাৰ্চি পিন্ধা যমলৰ দেউতাকক পুত্ৰৰ গ’লৰ পিছত থিয় হৈ উল্লাস কৰা দেখা গ’ল। য়ামালৰ পৰিয়ালটোও তাত আছিল। পিছত তেওঁ ইনষ্টাগ্ৰামতো এটা মেছেজ পোষ্ট কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ