--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (National Testing Agency) আজি বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (UGC NET)ৰ ফলাফল প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, সমগ্ৰ দেশতে ২০২২ বৰ্ষত বিভিন্ন তাৰিখত- ৯, ১১, ১২ জুলাই, ২০, ২১, ২২, ২৩, ২৯, ৩০, ১ অক্টোবৰ ১, ৮, ১০, ১১, ১২, ১৩, ১৪ আৰু ২২ তাৰিখে UGC NET পৰীক্ষা অনুষ্ঠিত হৈছিল। ২৪ অক্টোবৰত সাময়িক উত্তৰ তালিকা প্ৰকাশ হৈছিল। চূড়ান্ত উত্তৰ তালিকা ১ নৱেম্বৰ, ২০২২ ত মুকলি কৰা হৈছিল।

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (National Testing Agency) আজি বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (UGC NET)ৰ ফলাফল প্ৰকাশ কৰিছে। এই ফলাফল UGC NET ৰ অফিচিয়েল ৱেবচাইট ugcnet.nta.nic.in ত উপলব্ধ। UGC NET ৰ ফলাফল nta.ac.in আৰু ntaresults.nic.in তো চাব পাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক