--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''ঐক্যবদ্ধ হ’বলৈ এইয়াই সোণালী সময়। এই পৰাজয় আশা কৰা নাছিলো। কিন্তু সমগ্ৰ পৰিস্থিতি সলনি কৰাৰ ক্ষমতা আমাৰ হাততেই আছে।’’- বিশ্বকাপৰ প্ৰথমখন মেচত চৌদী আৰৱৰ হাতত পৰাজীত হোৱাৰ পাছত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিয়ে।

মেচৰ শেষত সাংবাদিকৰ স’তে হোৱা কথা-বতৰাত মেছিয়ে কয় যে কেতিয়াও তেওঁলোকে ভবা নাছিল যে চৌদী আৰৱৰ হাতত পৰাজীত হ’ব। দলৰ প্ৰদৰ্শনক লৈ মেছিয়ে কয় যে দলে বৰ বেয়া খেলা নাই। পৰাজয়ৰ পৰা শিক্ষা লৈ সমুখলৈ আগুৱাই যাব বুলিও মেছিয়ে কয়।

''জানো অনেক মানুহে আমাৰ ওপৰত ভৰসা কৰে। কেৱল মই বা দল নহয়, এইয়া সকলো সমৰ্থকৰ বাবে বিৰাট এটা ধাক্কা।’’- মেছিয়ে কয়।

মেচখনৰ দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাৰ অনেক ভূল হোৱা বুলি মেছিয়ে অনুভৱ কৰে। কয় যে দ্বিতীয়াৰ্ধত তেওঁলোকৰ খাম-খেয়ালি হৈছিল। প্ৰথমৰ ফালে ভাল খেলিও পাছলৈ ধৰি ৰাখিব নোৱাৰিলে বুলি তেওঁ কয়।

'’কিন্তু এতিয়াতো ফলাফলৰ পৰিবৰ্তন কৰিব পৰা নাযাব। যি লক্ষ্য লৈ বিশ্বকাপত খেলিবলৈ আহিছো, সেয়া পূৰণ কৰাই আমাৰ লক্ষ্য।’’- মেছিয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক