--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ বাবে বাংলাদেশে ১৫ জনীয়া দল ঘোষণা কৰিছে। অভিজ্ঞ অপেনিং বেটাৰ তামিম ইকবালক বাদ দিয়া হৈছে। কেইমাহমানৰ আগতে তেওঁ বাংলাদেশৰ এদিনীয়া দলৰ অধিনায়ক আছিল। সৌম্য সৰকাৰকো বাদ দিয়া হৈছে।

তামিমৰ সলনি তানজিম হাছানক দলত অন্তৰ্ভুক্ত কৰা হৈছে। এছিয়া কাপৰ মাজভাগত আঘাতৰ বাবে বাদ পৰা নাজমুল হোছেইন শান্তো দললৈ ঘূৰি আহিছে। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে অন্তৰ্ভূক্ত কৰিছে মাহমুদুল্লা ৰিয়াদক।

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্তত বাংলাদেশৰ বিশ্বকাপৰ দল ঘোষণা কৰা হৈছে। বাংলাদেশৰ বিশ্বকাপৰ জাৰ্চিও প্ৰকাশ কৰা হৈছে।

বাংলাদেশ বিশ্বকাপ দল : চাকিব আল হাছান (অধিনায়ক), লিটন দাস, নাজমুল হোছেইন শান্তো (উপ অধিনায়ক), তাঞ্জিম হাছান চাকিব, মেহদি হাছান মিৰাজ, মাহমুদুল্লাহ ৰিয়াদ, তাঞ্জিদ হাছান তামিম, মুছফিকুৰ ৰহিম, মুস্তাফিজুৰ ৰহমান, তৌহিদ হৃদয়, তাস্কিন আহমেদ , হাছান মাহমুদ, শ্বৰীফুল ইছলাম, নাছুম আহমেদ, মেহদি হাছান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ