--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত টিভি শ্ব’ WWEৰ প্ৰাক্তন তাৰকা দ্যা গ্ৰেট খালিৰ (The great Khali) নাম নজনা লোক অতি কম। কিছুদিনৰ আগতে এইগৰাকী বিখ্যাত মল্লযুঁজাৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ভাৰতৰ হিমাচল প্ৰদেশত জন্মগ্ৰহণ কৰা এইগৰাকী বিখ্যাত ব্যক্তিত্বৰ প্ৰকৃত নাম দলিপ সিং ৰানা।

টিভি শ্ব’ WWE WWE ত খালিয়ে আণ্ডাৰটেকাৰ, কেন আৰু জন চিনাৰ দৰে বিশ্ববিখ্যাত যুঁজাৰুক হেৰুৱাইছিল। WWE নামেৰে পৰিচিত এই যুঁজাৰুগৰাকীয়ে ২০০২ চনত জালন্ধাৰৰ নূৰমহলৰ বাসিন্দা হৰমন্দিৰ কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। 

বিয়া পাতি খালিয়ে মল্লযোদ্ধ জগতত যোগদান কৰে। তেতিয়াৰ পৰা খালিয়ে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই। ২০১৪ চনত খলিৰ আৰু হৰমন্দিৰে ইভেলিন ৰানা নামৰ কন্যা সন্তান জন্ম দিয়ে। হৰমন্দিৰে নিজৰ ১২ বছৰীয়া কন্যাকো পিতৃ খালীৰ দৰে মল্লযুঁজাৰু কৰি তুলিব বিচাৰে। দ্য গ্ৰেট খালী এজন ৰোমান্টিক স্বামী যিয়ে সুযোগ পালেই পত্নীক উপহাৰ দি ভাল পোৱাৰ কথাও প্ৰকাশ কৰে।

এতিয়া জানো আহক বিখ্যাত মল্লযুঁজাৰু খালীৰ কিছু শাৰীৰিক বৈশিষ্ট্য আৰু তেওঁ কেনেকৈ নিজৰ শাৰীৰিক ক্ষমতা বজাই ৰাখিছে। মল্লযুঁজাৰু খালীৰ শাৰীৰিক উচ্চতা ৭ ফুট ১ ইঞ্চি আৰু ওজন ১৫০ৰ পৰা ১৬০ কিলোগ্ৰাম। মল্লযুঁজাৰু গৰাকীয়ে প্ৰতিদিনে ৫ কেজি কুকুৰাৰ মাংস, ৫৫ টা কণী, ১০ লিটাৰ গাখীৰ আৰু ৬০ৰ পৰা ৭০ বটৰা খায়। কুকুৰা আৰু কণীৰ তৰকাৰী খাবলৈ ভাল পায়। ঠিক যেনেকৈ তেওঁ ভালকৈ খায়, ঠিক তেনেদৰে ভালকৈ ৰান্ধেও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ