--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকোটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি অভিলেখ অৰ্জন কৰিলে ৰোহিত শৰ্মাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ৫৫০ টাকৈ ছিক্সাৰ মাৰিলে। কমকৈ মেচ খেলি এই অভিলেখ অৰ্জনেৰে তেওঁ অতিক্ৰম কৰে ক্ৰীছ গেইলক। অৱশ্যে সৰ্বাধিক ছয়ৰ তালিকাত এতিয়াও প্ৰথম স্থানত আছে কেৰিবিয়ান ক্ৰিকেটাৰগৰাকী।

ইউনিভাৰ্ছ বছ নামেৰেও জনাজাত ক্ৰিছ গেইল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত (টেষ্ট, এদিনীয়া আৰু টি-২০ একেলগে) ৫৫০টাতকৈ অধিক ছয় কৰা একমাত্ৰ ক্ৰিকেটাৰ। ৰোহিতে ৪৫১খন মেচত ৫৫০টা ছয় কৰে। গেইলতকৈ কম মেচ খেলি ৰোহিতে ৫৫০টা ছয় কৰে। তেওঁ ৪৮৩খন মেচ খেলি ৫৫৩টা ছয় কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সেয়াই সৰ্বোচ্চ।

ৰোহিতৰ বাহিৰে আন কোনো ক্ৰিকেটাৰ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫৫০টা ছয় মৰাৰ ওচৰ চাপিব পৰা নাই। তৃতীয় স্থানত আছে শ্বাহিদ আফ্ৰিদি। পাকিস্তানৰ বেটছমেনে ৪৭৬ টা ছয় মাৰিছিল।

ৰোহিতে এই পৰ্যন্ত ৫২ খন টেষ্ট, ২৫১ খন এদিনীয়া আৰু ১৪৮ খন টি-২০ মেচ খেলিছে। ইয়াৰ ভিতৰত ভাৰতীয় অধিনায়কগৰাকীয়ে টেষ্টত ৭৭টা ছয়, এদিনীয়াত ২৯১টা ছয় আৰু টেষ্টত ১৮২টা ছয় কৰিছে।

ভাৰতীয়ৰ ভিতৰত সৰ্বাধিক ছয়ৰ তালিকাত ৰোহিতৰ পিছতে দ্বিতীয় স্থানত আছে মহেন্দ্ৰ সিং ধোনী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৩৫৯ টা ছয় মাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ