--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাইত অষ্ট্ৰেলিয়াক ২২ গজত পৰাস্ত কৰি বিশ্বকাপৰ আৰম্ভণি কৰে ৰোহিত শৰ্মাই। দেওবাৰে খিতাপৰ বাবে যুঁজিব পেট কামিন্সৰ বিৰুদ্ধে। দুৰ্বল আৰম্ভণিৰ অন্তত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে একেৰাহে ৮খন মেচত জয়লাভ কৰিছে।

ফাইনেলত ছেমি ফাইনেলৰ প্ৰথম এঘাৰখন খেলিবনে দ্ৰাবিড়ে? নে ফিনালেৰ বাবে কিবা বিশেষ পৰিকল্পনা আছে? বিজয়ী দলত অপ্ৰয়োজনীয় পৰিৱৰ্তনৰ পক্ষত নহয় প্ৰশিক্ষক। সেই ভিত্তিত ভাৰতীয় দলৰ ৰক্ষণশীল প্ৰশিক্ষকগৰাকীয়ে ফাইনেলৰ প্ৰথম এঘাৰটা সলনি নকৰাৰ পক্ষত আছে।

অৱশ্যে অষ্ট্ৰেলিয়াৰ একাধিক বাওঁহাতৰ বেটছমেনক মনত ৰাখি আহমেদাবাদৰ ২২ গজত অভিজ্ঞ অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক খোলোৱা হ’ব নেকি? তাৰো চৰ্চা চলিছে।

যদি অশ্বিনক দলভুক্ত কৰা হয়, তেন্তে কোন বাদ পৰিব সেয়াও চৰ্চাও চলিছে। অৱশেষত দলৰ বাদ পৰিব নেকি সূৰ্যকুমাৰ যাদৱ অথবা কুলদীপ যাদৱ। কিয়নো ছেমি ফাইনেলত উন্নত প্ৰদৰ্শনত ব্যৰ্থ হৈছিল এওঁলোক।

দেওবাৰৰ ফাইনেলত পৰাজয়ৰ অৰ্থ হ’ল বিশ্বকাপৰ আশা শেষ। স্বাভাৱিকতে ৰাহুল দ্ৰাবিড়ে চিন্তা কৰি প্ৰথম একাদশ বাছি ল’ব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক