--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছতো ৰোহিত শৰ্মাৰ ইণ্ডিয়াই সমগ্ৰ প্ৰতিযোগিতাত শক্তিশালী খেল খেলিছিল। প্ৰতিযোগিতাৰ  অন্তত তেওঁ জিৰণি লৈছে। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলি থকা সময়তে ৰোহিতে ভ্ৰমণলৈ গৈছে। তাৰ ছবি দিছে ৰোহিতৰ পত্নী ঋতিকা সাজদেহে।

বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছৰে পৰা মৌনতা অৱলম্বন কৰিছে ৰোহিতে। পৰিয়ালৰ সৈতে সময় কটাবলৈ লৈছে। ৰিতিকাই ইনষ্টাগ্ৰামত দুয়োৰে এখন ছবি পোষ্ট কৰিছিল। তাত "তুমি মোৰ" বুলি লিখা আছে। কিন্তু তেওঁলোকে ক’লৈ গ’ল সেই কথা কোৱা নাছিল।

বিশ্বকাপত ভাৰতে লীগ পৰ্যায়ত ৯টা দলক পৰাস্ত কৰে। প্ৰতিখন মেচতে দেখা গ’ল ৰোহিতৰ শক্তি। ছেমি ফাইনেলত ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰে। কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে থিয় দিব নোৱাৰিলে। 

কিছুদিন পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দেখা যাব পাৰে ৰোহিত। বৃহস্পতিবাৰে দলটোৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নির্বাচনী বিশ্লেষকৰ মত: বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই পৰাজিত হ’ল জ্ঞানশ্রী, কুংকী
ভাৰতৰ ২২খন ৰাজ্যলৈ প্ৰসাৰিত বিজেপিৰ শাসন
ভাৰতৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব কি?
অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক