--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপ বিজয় কৰিলে মহাপ্ৰতাপী ইংলেণ্ডে। আধৰুৱা হৈ ৰ’ল বাবৰ আজমৰ সপোন। বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ পাছতে ইংলেণ্ড অথবা পাকিস্তান- দুয়োখন দেশেই লাভ কৰিছে মোটা অংকৰ টকা। চাও আহক, বিশ্বকাপত কিমান টকা অৰ্জন কৰিলে দুয়োখন দেশে।

চেম্পিয়ন হোৱাৰ বাবে ইংলেণ্ডে বিশ্বকাপৰ পুৰষ্কাৰ হিচাপে লাভ কৰিছে ১৬ লাখ ডলাৰ। ভাৰতীয় মূল্যত প্ৰায় ১৩ কোটি। তদুপৰি ফাইনেল বাদেও সমগ্ৰ বিশ্বকাপখনখনৰ পৰা ইংলেণ্ডে লাভ কৰিছে মুঠ ১৪ কোটি টকা।

ৰাণাৰ্ছ আপ পাকিস্তানে লাভ কৰিব ৮ লাখ ডলাৰ। ভাৰতীয় মূল্যত চাড়ে ছয় কোটিৰ ওচৰাওচৰি। তদুপৰি ফাইনেল বাদেও সমগ্ৰ বিশ্বকাপখনৰ পৰা মুঠ চাৰে সাত কোটি টকা অৰ্জন কৰিছে দলটোৱে।

আনহাতে, ভাৰত আৰু নিউজিলেণ্ডে চেমিফাইনেলত উপনীত হোৱাৰ বাবে সমগ্ৰ বিশ্বকাপখনত লাভ কৰিব চাৰে সাত কোটি টকা। দলসমূহৰ উপৰিও বেন ষ্টকছ, জছ বাটলাৰেও এইবাৰৰ বিশ্বকাপত কোটি কোটি টকা অৰ্জন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক