--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱাবাৰৰ বিশ্বকাপৰ ফাইনেলত দেখা গৈছিল এক অদ্ভুত নিয়ম। ৫০ অভাৰৰ মেচ আৰু ছুপাৰ অভাৰ দুয়োটাতে স্ক’ৰ সমান হ’লে অধিক বাউণ্ডেৰী কোবোৱা দলটোৱেই জয়ী হ’ব। সেই নিয়ম ব্যৱহাৰ কৰি নিউজিলেণ্ডক পৰাস্ত কৰি ইংলেণ্ডে ট্ৰফী লাভ কৰে। কিন্তু এই বিতৰ্কিত নিয়ম এইবাৰ বিশ্বকাপত দেখা নাযাব।

বিগত বিশ্বকাপৰ ফলাফলৰ পিছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল আই চি চি। ইংলেণ্ডে বিশ্বকাপ ‘চুৰি’ বুলিও অভিযোগ উত্থাপন হৈছিল। প্ৰশ্ন উত্থাপন হ’ল যে দুয়োটা দলৰ যুঁজখন নেদেখি অধিক বাউণ্ডেৰী স্ক’ৰ কৰাৰ ভিত্তিত এটা দলক কিয় জয়ৰ সন্মান দিয়া হ’ব। ২০১৯ চনৰ অক্টোবৰ মাহত তীব্ৰ চাপত আইচিচিয়ে এই নিয়ম আঁতৰোৱাৰ কথা ঘোষণা কৰে।

তেনে ক্ষেত্ৰত যদি এখন মেচত দুয়োটা দলৰ ৫০ অভাৰ আৰু ছুপাৰ অভাৰৰ স্ক’ৰ সমান হয়, তেন্তে কি কৰা হ’ব? আইচিচিয়ে কয় যে, তেনে ক্ষেত্ৰত আৰু এটা ছুপাৰ অভাৰ খেলা হ’ব। যেতিয়ালৈকে মেচৰ ফলাফল উপলব্ধ হ’ব তেতিয়ালৈকে ছুপাৰ অভাৰ চলি থাকিব।

যোৱাবাৰৰ ফাইনেলত নিউজিলেণ্ডৰ বেটছমেনসকলে মুঠ ১৪টা বাউণ্ডেৰী মাৰিছিল। ৰান চেজত ইংলেণ্ডে ২২টা বাউণ্ডেৰী আঘাত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ