--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত দৰ্শনীয় অভিলেখ গঢ়িছে দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ এইডেন মাৰ্কামে। ভংগ কৰে বিশ্বকাপ ক্ৰিকেটত আয়াৰলেণ্ডৰ কেভিন অ’ব্ৰিয়েনৰ অভিলেখ। কেভিনে ২০১১ চনৰ বিশ্বকাপত বেংগালুৰুত ইংলেণ্ডৰ বিৰুদ্ধে ৫০ টা বলত শতক অৰ্জন কৰে। এইটো বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ দ্ৰুতগতিত কৰা শতক হিচাপে ধৰা হৈছিল।

শনিবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত চলি থকা দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকা খেলৰ সময়ত আইডেন মাৰ্ক্ৰামে ৪৯ বলত শতক অৰ্জন কৰি আইচিচি বিশ্বকাপৰ সৰ্বাধিক দ্ৰুত শতক অৰ্জন হিচাপে পৰিগণিত হয়। মেচখনত ১০৬ ৰান কৰে মাৰ্কামে।

মাৰ্কাম আৰু কেভিনৰ পাছতে স্থান লাভ কৰা দ্ৰুতগতিত শতক অৰ্জনকাৰী বেটাৰসকলঃ

৫১ বল- গ্লেন মেক্সৱেল - অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা - ছিডনী, ২০১৫ (চূড়ান্ত স্ক'ৰ: ১০২)
৫২ বল- এবি ডি ভিলিয়াৰ্ছ - দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ - ছিডনী, ২০১৫ (চূড়ান্ত স্ক'ৰ: ১৬২*)
৫৭ বল- ইয়ন মৰ্গান - ইংলেণ্ড বনাম আফগানিস্তান - মানচেষ্টাৰ, ২০১৯ (চূড়ান্ত স্ক'ৰ: ১৪৮*)
৬৬ বল- মেথিউ হেডেন - অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা - বাচেটেৰে, ২০০৭ (চূড়ান্ত স্ক'ৰ: ১০১)
৬৭ বল- জন ডেভিছন- কানাডা বনাম ৱেষ্ট ইণ্ডিজ - চেঞ্চুৰিয়ান, ২০০৩ (চূড়ান্ত স্ক'ৰ: ১১১)
৭০ বল- পল ষ্টাৰলিং - আয়াৰলেণ্ড বনাম নেদাৰলেণ্ড - কলকাতা, ২০১১ (চূড়ান্ত স্ক'ৰ: ১০১)
৭০ বল- কুমাৰ সাংগাকাৰা- শ্ৰীলংকা বনাম ইংলেণ্ড - ৱেলিংটন, ২০১৫ (চূড়ান্ত স্ক'ৰ: ১১৭*)
৭২ বল- এডাম গিলক্ৰিষ্ট - অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকা - ব্ৰীজটাউন, ২০০৭ (চূড়ান্ত স্ক'ৰ: ১৪৯)
৭৩ বল- কুমাৰ সাংগাকাৰা- শ্ৰীলংকা বনাম বাংলাদেশ - মেলবৰ্ণ, ২০১৫ (চূড়ান্ত স্ক'ৰ: ১০৫*)
৭৯ বল- শইমান আনোৱাৰ - ইউ এ ই বনাম আয়াৰলেণ্ড - ব্রিজবেন, ২০১৫ (চূড়ান্ত স্ক'ৰ: ১০৬)
৭৯ বল- ব্ৰেণ্ডন টেইলৰ - জিম্বাবুৱে বনাম আয়াৰলেণ্ড - হোবাৰ্ট, ২০১৫ (চূড়ান্ত স্ক'ৰ: ১২১)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ