--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিলেখৰ পাছত অভিলেখ গঢ়া গৈছে এইবাৰৰ বিশ্বকাপত। এইবাৰ দক্ষিণ আফ্ৰিকাই সৰ্বাধিক দলীয় ৰানৰ নজিৰ গঢ়ি তুলিছে। শনিবাৰে দিল্লীত শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত ৪২৮ ৰান সংগ্ৰহ কৰে। এদিনীয়া বিশ্বকাপত তেওঁলোকে অষ্ট্ৰেলিয়াৰ অভিলেখ ভংগ কৰে। কেৱল সেয়াই নহয়, বিশ্বকাপত দক্ষিণ আফ্ৰিকাই তিনিবাৰকৈ ৪০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰে।

এতিয়ালৈকে এদিনীয়া বিশ্বকাপত এটা দলে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ অষ্ট্ৰেলিয়াৰ হাতত আছিল। ২০১৫ চনৰ বিশ্বকাপত পাৰ্থত আফগানিস্তানৰ বিৰুদ্ধে ৪১৭-৭  কৰিছিল। দক্ষিণ আফ্ৰিকাই সেই নজিৰ ভংগ কৰিলে। এই তালিকাত তৃতীয় স্থানত আছে ভাৰত। ২০০৭ চনৰ বিশ্বকাপত প’ৰ্ট অৱ স্পেইনত বাৰ্মুডাৰ বিৰুদ্ধে ভাৰতে ৪১৩-৫ ৰান কৰিছিল।

ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাই শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত দুটা স্থান দখল কৰে। দুয়োটা ২০১৫ চনত কৰিছিল। কেনবেৰাত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪১১-৪ ৰান কৰে। ইয়াৰ পিছত ছিডনীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪০৮-৫ ৰান কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ শনিবাৰে তিনিজন বেটছমেনে শতক অৰ্জন কৰে। কুইণ্টন ডি ককে শতক অৰ্জন কৰি মুকলি কৰে। মাৰ্কুটত ৰাছি ভান ডেৰ ডুচেনৰ পাছত  আইডেন মাৰ্ক্ৰামে আক্ৰমণাত্মকভাৱে শতক অৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ