--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথমখন মেচত নেদাৰলেণ্ডৰ বিৰুদ্ধে বাবৰ আজমে ভাল খেলিব পৰা নাছিল। মাত্ৰ ৫ ৰাণতে আউট হ’ল। ইয়াৰ পিছতো বাবৰে এটা নজিৰ গঢ়ি তুলিছিল। ভাৰতৰ ভূমিত বিশ্বকাপৰ কোনো মেচত জয়ী হোৱা প্ৰথমজন পাকিস্তানৰ অধিনায়ক হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ভাৰতত হোৱা বিশ্বকাপত কোনো পাকিস্তানী অধিনায়কে জয়ী হোৱা নাই।

ইয়াৰ পূৰ্বে ভাৰতে দুবাৰকৈ বিশ্বকাপ আয়োজন কৰিছে। কিন্তু অকলশৰীয়াকৈ নহয়। ১৯৯৬ চনত ভাৰতে শ্ৰীলংকা আৰু পাকিস্তানৰ সৈতে একেলগে বিশ্বকাপ অনুষ্ঠিত হয়। ১৯৯৬ চনত আমিৰ সোহেইল নেতৃত্বাধীন পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বাংগালুৰুত কোৱাৰ্টাৰ ফাইনেল খেলিছিল। সেইবাৰ পাকিস্তান ভেঙ্কতেশ প্ৰসাদৰ বলিঙত ধৰা পৰিল।

২০১১ চনত আয়োজক দল আছিল ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশ। ভাৰতৰ মাটিত নকআউট মেচ। মহেন্দ্ৰ সিং ধোনিৰ দলে মোহলীত অনুষ্ঠিত সেই মেচত শ্বাহিদ আফ্ৰিদিৰ দলক পৰাস্ত কৰে। এই দুয়োখন বিশ্বকাপৰ মেচ পাকিস্তানে ভাৰতত খেলিছিল। দুয়োখন মেচতে হাৰিছিল।

এইবাৰ সমগ্ৰ প্ৰতিযোগিতা ভাৰতত অনুষ্ঠিত হৈছে। ফলত আগন্তুক দিনত বাবৰে আৰু কিমান মেচত জয়ী হ’ব সেয়া দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ