--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰ্দিক পাণ্ডিয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান মহাতাৰকা৷বিশেষকৈ এইবাৰৰ আই পি এলৰ সময়ত অধিনায়কত্বৰ ক্ষেত্ৰত বহু ক্ৰিকেট পণ্ডিতৰ মাজত অনুৰাগী বিচাৰি পাইছে ভাৰতীয় অল ৰাউণ্ডাৰগৰাকীয়ে। শেহতীয়াকৈ দ্য উইকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন ভাৰতীয় ক্ৰিকেট কিম্বদন্তি ৰবি শাস্ত্ৰীয়ে কয় যে এইবাৰৰ বিশ্বকাপৰ পাছত হাৰ্দিক ভাৰতীয় হোৱাইট বল দলৰ অধিনায়ক হ’ব লাগে, যদিহে তেওঁ ইয়াৰ বাবে ফিট হয়।

শাস্ত্ৰীয়ে কয়, 'বিশ্বকাপৰ পিছত যদি তেওঁৰ শৰীৰ যদি ফিট হয়, তেন্তে তেওঁ বগা বল ক্ৰিকেটত অধিনায়কৰ দায়িত্ব ল’ব লাগে।'ভাৰতৰ হৈ টেষ্টৰ খেলপথাৰত হাৰ্দিকক পুনৰ দেখা পোৱাটোও বহু ক্ৰিকেটৰ পণ্ডিতে বিচাৰিছিল। ৰিকি পণ্টিং আৰু লেন্স ক্লুচেনাৰৰ দৰে খেলুৱৈয়ে পৰামৰ্শ দিছিল যে হাৰ্দিকৰ দৰে অল ৰাউণ্ডাৰগৰাকীয়ে ভাৰতীয় দললৈ অৰিহণা যোগাব পাৰিলেহেঁতেন।

অৱশ্যে শাস্ত্ৰীয়ে কয় যে হাৰ্দিকে হয়তো পুনৰ টেষ্ট ক্ৰিকেট খেলিব নোৱাৰে কাৰণ তেওঁ অনুভৱ কৰে যে ভাৰতীয় অলৰাউণ্ডাৰগৰাকীৰ শৰীৰে খেলখনৰ ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোৰ সৈতে মোকাবিলা কৰিব নোৱাৰে।বিশেষকৈ টি-২০ আৰু এদিনীয়াৰ কথা আহিলে ভাৰতীয় ক্ৰিকেটে লাহে লাহে ছিনিয়ৰক বাহিৰ কৰি  নতুন খেলুৱৈক সুযোগ দিয়াৰ সময় আহি পৰিছে বুলিও শাস্ত্ৰীয়ে পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ