--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ উপলক্ষে আয়োজিত আহমেদাবাদৰ অধিনায়ক বৈঠকত শুই আছিল টেম্বা বাভুমা! ইংলেণ্ডৰ অনুৰাগী পেজ এটাই দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে। লগতে বাভুমা শুই থকা ছবিও পোষ্ট কৰে।

কিন্তু বাভুমাই এইয়া অস্বীকাৰ কৰিছে। ক’লে- ''কেমেৰাৰ এংগলটো এনেদৰে আছিল যে তেওঁ শুই থকা যেন লাগিছিল।’’ যদিও বাভুমাই অস্বীকাৰ কৰিছিল, বহু সমৰ্থকে অনুষ্ঠানটোৰ সম্প্ৰচাৰ চাই বাভুমা শুই থকা বুলি বিশ্বাস কৰিছিল। সেই পোষ্টটোৰ কমেণ্টত তেওঁ সেই কথা লিখিছিল।

উল্লেখ্য যে ৰোহিত শৰ্মা, বাবৰ আজম, জোছ বাটলাৰ, কেন উইলিয়ামছনৰ সৈতে বাভুমা তাত আছিল। 

বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন খেল ৭ অক্টোবৰত অনুষ্ঠিত হ’ব। দিল্লীত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। অধিনায়কসকলৰ অনুষ্ঠানত বাভুমাই কয়, ‘আমাৰ দলৰ বহুতেই অভিজ্ঞ। সেই অভিজ্ঞতা তেওঁলোকে আনৰ লগত ভাগ-বতৰা কৰা উচিত। আমাৰ পৰিকল্পনা তৈয়াৰ কৰাত ই উপযোগী হ’ব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ