--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিকিনি পিন্ধি কাটাৰ প্ৰশাসনৰ ৰোষত পৰিছে এগৰাকী জনপ্ৰিয় মডেল। ক্ৰ’ৱেশ্চিয়াৰ এই মডেলগৰাকীৰ নাম ইভানা নল। ৩০ বৰ্ষীয় ইভানাই বিশ্বকাপত নিজৰ দেশৰ সমৰ্থনত কাটাৰলৈ আহিছে।

উল্লেখ্য যে ইভানাই ‘মিছ ক্ৰ’ৱেশ্চিয়া’ৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ তে্ওঁ ইছলামিক দেশখৰ ৰাজধানী দোহাত মডেলগৰাকীয়ে বিকিনি পিন্ধি ঘূৰা-ফুৰা কৰিছে। ফলস্বৰূপে স্থানীয় প্ৰশাসনৰ ৰঙা চকুৰ বলি হৈছে।

মৰক্কোৰ বিৰুদ্ধে ক্ৰ’ৱেশ্চিয়াৰ মেচখনতো ইভানাক আল-বায়াত ষ্টেডিয়ামত দেখা পোৱা গৈছিল। ক্ৰ’ৱেশ্চিয়াৰ পতাকা অংকন কৰা এবিধ পোচাকত তেওঁৰ বুকুৰ বহুখিনি অংশ দেখা গৈছিল। 

মডেলগৰাকীৰ ছৱিসমূহ সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে বিতৰ্কৰ সৃষ্টি হয়। কিন্তু এইবোৰলৈ ভ্ৰুক্ষেপ কৰা নাই তেওঁ। বৰঞ্চ বিকিনি পৰিধান কৰি দোহাৰ সাগৰপাৰত ফুৰিবলৈ যায় তেওঁ। 

মডেলগৰাকীৰ অনুৰাগীসকলে আশংকা কৰিছে যে বিকিনি পিন্ধাৰ বাবে তেওঁক কাটাৰ প্ৰশাসনে কাৰাগাৰলৈও প্ৰেৰণ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক