--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:: “Inspite of everything, I still believe that people are really good at heart.”
Anne frank .

এন ফ্ৰাংক নামৰ কিশোৰীগৰাকীৰ ডায়েৰীখনে সমগ্ৰ বিশ্বৰে লাখ লাখ পঢ়ুৱৈক আজিও অনুপ্ৰাণিত কৰি আহিছে৷ এই ডায়েৰীৰ আধাৰত নিৰ্মাণ হৈছে চিনেমা নিৰ্মাণ হৈছে৷ বিশ্বৰ ৮০টা ভাষালৈ অনূদিত কৰা হৈছে গ্ৰন্থখন৷ আজিও বিশ্বজুৰি একেই আছে সমাদৰ৷

‘দ্য ডায়েৰী অব্ এ ইয়ং গাৰ্ল’ প্ৰকাশৰ ৭৫ বছৰ উপলক্ষে গুগলে আজি এটি বিশেষ এনিমেটেদ ভিডিঅ’ৰে সন্মান জনায়৷ গুগলৰ কলা নিৰ্দেশক থ’কা মায়েৰে এই ডুদ’ল ভিডিঅ’টি এনৰ সোঁৱৰণত প্ৰস্তুত কৰে৷

আজিও এন ফ্ৰাংক নামৰ ১৩বছৰীয়া কিশোৰীগৰাকীৰ ডায়েৰীখন সমানেই সমাদৃত৷ ইয়াত নাজী সৈন্যৰ ভয়ত মাটিৰ তলৰ কোঠাত প্ৰায় দুবছৰে আত্মগোপন কৰি থকা এটি ইহুদী পৰিয়ালৰ কৰুণ কাহিনী, এগৰাকী কিশোৰীৰ জীৱনলৈ হঠাতে অহা ধুমুহা আৰু ৰামধেনু, যুদ্ধৰ বিভীষিকা, নাজীসকলৰ নিৰ্বিচাৰ অত্যাচাৰৰ অনেক ঘটনা সন্নিৱিষ্ট হৈ আছে।

অৱশেষত ১৯৪৪ চনৰ ৪ আগষ্ট তাৰিখে নাজী সৈন্যৰ হাতত এনৰ গোটেই পৰিয়ালটো ধৰা পৰিছিল আৰু কেইমাহমান কনচেনট্ৰেচন কেম্পত অবৰ্ণনীয় যন্ত্ৰণাৰে কটোৱাৰ পাছত এন এই পৃথিৱীৰ পৰা হেৰাই গৈছিল মাথোঁ পোন্ধৰটা বসন্ততে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ