--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় নাগৰিকে আশা কৰিছিল যে এগৰাকী ভাৰতীয় মূলৰ ৰাজনীতিবিদে শুৱনি কৰিব প্ৰধানমন্ত্ৰীৰ আসন৷ ঋষি সুনকক লৈ অপাৰ আশা কৰিছিল দেশবাসীয়ে৷ কিন্তু, সেই আশা অপূৰ্ণ হৈ ৰ’ব৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত শেষ সময়ত পিছ পৰিল ঋষি সুনক৷

ট’ৰি ভোটাৰসকলৰ সমৰ্থন আদায়ৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ব্ৰিটেইনৰ প্ৰাক্তন বিত্ত সচিব সুনক৷ নিজৰ প্ৰচাৰ অভিযান ‘ৰেডী ফৰ ঋষি’ৰ সমাপ্তিত ৪২ বছৰীয়া প্ৰাৰ্থীজনে কালি টুইটাৰত লিখিছে, সোমবাৰে লগ পাম৷ এনে এক বাৰ্তাৰ যোগেদি তেওঁ বুজাই দিলে যে ব্ৰিটেইনৰ মছনদ দখলৰ স্বপ্ন ত্যাগ কৰিবলৈ তেওঁ প্ৰস্তুত নহয়৷

আজি ব্ৰিটেইনত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব৷ একাধিক দলীয় সমীক্ষাৰ তথ্য অনুসৰি, এই ভোটগ্ৰহণত ঋষিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ব্ৰিটেইনৰ প্ৰাক্তন বৈদেশিক সচিব লিজ ট্ৰাছে শেষ হাঁহি মৰাৰ সম্ভাৱনা আছে৷ কিয়নো, কনজাৰভেটিভ পাৰ্টিৰ দলীয় সদস্যৰ মাজত ঋষিতকৈ লিজৰ সমৰ্থকৰ সংখ্যা বেছি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু