--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ শিক্ষিত হৈও যে কামৰ সৰু-বৰ বিচাৰ কৰিব নালাগে, সেই কথাই প্ৰমাণ কৰিছে এইগৰাকী যুৱতীয়ে৷ দিল্লীৰ ২১ বছৰীয়া তাপসী উপাধ্যায়ে বি টেক পঢ়া শেষ কৰি চাকৰি নাপাই ফুচকা ষ্টল খুলিছে। তাপসীয়ে মানুহক স্বাস্থ্যকৰ ফুচকা খুৱাবলৈ সিদ্ধান্ত লৈছে৷

তেলত ভজাৰ সলনি তাপসীৰ কাষলে গ’লে গ্ৰাহকে এয়াৰ ফ্ৰাইয়াৰত ফুচকা ভাজি পাব। দিল্লীস্থিত তাপসীয়ে কেৱল ফুচকাই নহয়, অধিক ধৰণৰ স্বাস্থ্যসন্মত জলপান নিজৰ ষ্টলত থাকিব বিচাৰে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে তাপসীয়ে বুলেট বাইক চলাই আছে আৰু বুলেটখনৰ  পিছফালে ইনফ্লেটেবল ষ্টল আছে।

এটা সাক্ষাৎকাৰত তাপসীয়ে কয়- ‘‘বহুতে মোক দেখি কয় যে এই কাম মহিলাৰ লগত খাপ নাখায়। ছোৱালীয়ে ৰাজপথত ফুচকা বিক্ৰী কৰাটো নিৰাপদ নহয়। কিন্তু মানুহৰ কথা মই নুশুনো।’’

তাপসীৰ ফুচকা দোকানখনৰ নাম ৰখা হৈছে ‘বিটেক পানীপুৰীৱালি’। ছোৱালীজনীৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত বহুতে তাইৰ শুভ কামনা কৰে। এজন নেটিজেনে লিখিছে, "কোনো কামেই সৰু নহয়, আপুনি যি কৰিছে সেয়া ভালকৈয়ে কৰা হৈছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ