--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনাকাংক্ষিত এক ঘটনা সংঘটিত হৈছে অমৃতসৰ আৰু লাহোৰৰ মাজৰ ভাৰত-পাকিস্তান সীমান্তত৷ জানিব পৰা মতে ভাৰত-পাকিস্তান সীমান্তৰ ৱাগাহ সেনা চকীত বিটিং ৰিট্ৰীট অনুষ্ঠানৰ সময়ত এক হৃদয়স্পৰ্শি ঘটনা সংঘটিত হয়৷পথ হেৰুৱাই পাকিস্তানৰ পৰা অহা এটা কুকুৰে ভাৰতৰ ভূখণ্ডত প্ৰবেশ কৰা ঘটনাই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়।

সতৰ্কতাৰে পৰিস্থিতি চম্ভালি লয় দুয়োপক্ষৰ নিৰাপত্তাৰক্ষীয়ে। কুকুৰটোৰ উপস্থিতিৰ পাছতো আনুষ্ঠানৰ কাৰ্য্যক্ৰমণিকা স্বাভাৱিক ভৱে চলি থকে৷ 
ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ মাজতো সদিচ্ছাৰ প্ৰতীক হিচাপে পালন কৰা দৈনন্দিন অনুষ্ঠানটো সুকলমে পাৰ হৈ যায়।
বিপথগামী কুকুৰটোৱে দুয়োপক্ষৰ সামৰিক বাহিনীয়ে অনুশীলন চলাই থকাৰ সময়তে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা পৰিলক্ষিত হয়।  কুকুৰটোৰ অকস্মিক উপস্থিতিয়ে দৰ্শক আৰু নিৰাপত্তাৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰে। 

ভিডিঅ’টত পৰিলক্ষিত হোৱা অনুসৰি এই কুকুৰটোক ভাৰতীয় সেনাৰ তত্বাৱধানত ৰখা হৈছে। এই ঘটনাৰ পাছতে স্থানীয় লোকৰ মাজতো জনপ্ৰিয় হৈ পৰিছে, সূত্ৰ অনুসৰি ভাৰতীয় সেনাই ইয়াক চোৱাচিতা কৰা বুলি জানিব পৰা গৈছে। সীমান্ত ঞ্চলটোত শান্তি বাহাল থকা বুলি জানিব পৰা গৈছে।আৰু ৱাগাহ সেনা চকীত অনুষ্ঠিত বিটিং ৰিট্ৰীট অনুষ্ঠানৰো সফলতাৰে সম্পন্ন হৈছে বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ