--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি বৰ্তমান বিশ্বৰ অন্যতম জনপ্ৰিয় নেত্ৰী। কিন্তু এটা পুৰণি ভিডিঅ’ত ৰ এই বক্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে। তাত মেল’নীয়ে কৈছে যে ইছলাম আৰু ইউৰোপীয় দেশৰ সংস্কৃতিৰ মাজত ‘সামঞ্জস্যতাৰ সমস্যা’ আছে।

মেলনিক কোৱা শুনা গৈছে- “শ্বৰীয়ত আইনত কেৱল ধৰ্মত্যাগ আৰু সমকামীৰ বাবে মৃত্যুদণ্ড আছে। ইউৰোপীয় দেশসমূহে এই ধাৰণাটোৰ সৈতে একমত নহয়।'

তেওঁ দাবী কৰে যে ইটালীৰ ইছলামিক ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰসমূহৰ প্ৰচলিত সংস্কৃতি ইউৰোপৰ পৰা পৃথক।

শনিবাৰে মেলনীৰ সোঁপন্থী আৰু অতি ৰক্ষণশীল দল ‘ব্ৰাদাৰ্ছ অৱ ইটালী’ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে টিউনিছিয়াত আবদ্ধ হৈ থকা শৰণাৰ্থীৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে।

তেওঁ কয় যে ব্ৰিটেইন আৰু ইটালীয়ে যৌথভাৱে শৰণাৰ্থীসকলক ঘূৰাই অনাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব। এই অনুষ্ঠানৰ শেষত ভাইৰেল হৈ পৰিল মেলনীৰ এই পুৰণি ভিডিঅ'টো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ