--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
টুইটাৰক লৈ আলোচনা -বিতৰ্ক চলি থকাৰ সময়তে এইবাৰ ফেচবুকে বহিষ্কাৰ কৰিলে ১১ হাজাৰৰো অধিক কৰ্মচাৰীক ৷ আনফালে বন্ধ কৰি দিয়া হৈছে নতুন নিযুক্তি৷এক বৈঠকত মাৰ্ক জুকাৰবাৰ্গে কৰ্মচাৰীসকলক এই নিলম্বনৰ বাবে সাজু থাকিবলৈ কৈছিল।

জানিব পৰা মতে, কোম্পানীৰ পৰা নিলম্বিত  মেটা কৰ্মচাৰীসকলক ৪ মাহৰ দৰমহা দিয়া হ'ব। কোম্পানীটোৰ মানৱ সম্পদ মুৰব্বী লৰি গোলাৰৰ মতে, বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক ক্ষতিপূৰণ হিচাপে ৪ মাহৰ দৰমহা দিয়া হ'ব।

ফেচবুকৰ  ১৮ বছৰৰ ইতিহাসত এইয়াই  আটাইতকৈ ডাঙৰ ছাঁটাই, অৱশ্যে এইয়া  ২০০৪ চনত আৰম্ভ হৈছিল। কোম্পানীটোৰ দুৰ্বল বিত্তীয় অৱস্থা আৰু  এই সিদ্ধান্ত লোৱা হৈছে।

ফেচবুকে মেটাভাৰ্চ ব্যৱসায়ত অধিক বিনিয়োগ কৰাৰ বাবে, কোম্পানীটোৰ বিত্তীয় অৱস্থা দুৰ্বল হৈ পৰিছে। গতিকে এনে অৱস্থাত এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰে ফেচবুক কৰ্তৃপক্ষ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক