--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ সম্পৰ্কীয় বিভিন্ন ভিডিঅ’ ভাইৰেল হয় ছ’চিয়েল মিডিয়াত। শেহতীয়াকৈ এটা বিয়াৰ ভিডিঅ’ চৰ্চিত হৈছে। বিয়াত সদায় হাঁহি-ধেমালি থাকে। অৱশ্যে বিয়াঘৰত কইনাৰ সৈতে মজা কৰি থাকোঁতে বিপদত পৰিল দৰা।

ভিডিঅ’টোত দৰা-কইনা ব্ৰত ল’বলৈ সাজু হৈ থকাৰ সময়তে দৰাজনে কোটৰ পকেটৰ পৰা এখন নোট উলিয়াই আনে। নোটখন খুলি সকলোকে দেখুৱাই দিলে। আলহীৰ সন্মুখত দৰাজনে ক'লে, "মই সহায় বিচাৰো! মোৰ জীৱনটো কইনাজনীৰ দৰেই দুৰ্বিষহ হ'ব। মোক সহায় কৰক।''

দৰাৰ কথা শুনি সকলোৱে হাঁহি উঠিল। অৱশ্যে হ’বলগীয়া কইনাগৰাকীয়ে নিজকে ঠাট্টা-মস্কৰা কৰিবলৈ সদয়ভাৱে লোৱা নাছিল। তাইৰ বৰ খং উঠিল। খঙত তাই নিজৰ ফুলৰ থোপাটো দৰাজনৰ ফালে দলিয়াই দিলে।

কইনাৰ খং উঠা দেখি দৰাটোৱে ভয় খায়। কইনাৰ হাতত ধৰি তেওঁ ক'লে, "মই ধেমালি কৰি আছিলো। তুমি মোৰ জীৱন, তোমাৰ অবিহনে মই একো বুজি নাপাওঁ!" কইনাজনীয়ে ক'লে, "মোৰ সন্মান মোৰ আটাইতকৈ প্ৰিয়।"

এই ভিডিঅ'টো বিয়পি পৰাৰ লগে লগে বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰে। এজন ব্যক্তিয়ে লিখিছে, "ছোৱালীজনীয়ে সঠিক কাম কৰিলে। নিজৰ সন্মানৰ লগত আপোচ কৰাটো কেতিয়াও সঠিক নহয়।'' আন এজন ব্যক্তিয়ে লিখিছে, "মইও মহিলা হ'লে একে কামেই কৰিলোঁহেঁতেন।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত