--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পিছদিনাই হাৰ্ট এটেক হৈ পতি-পত্নীৰ মৃত্যু ঘটিছে। নৱবিবাহিত দম্পতীৰ মৃতদেহ উত্তৰ প্ৰদেশৰ তেওঁলোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।

যোৱা মঙলবাৰে নিশা ২৪ বছৰীয়া প্ৰতাপ যাদৱে ২২ বছৰীয়া পুষ্পা যাদৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বুধবাৰে উত্তৰ প্ৰদেশৰ বাহৰাইচৰ ঘৰলৈ উভতি আহে নৱবিবাহিত দম্পতী।বিবাহৰ পিছৰ ৰীতি-নীতি, আচাৰ-অনুষ্ঠান পালন কৰি নিশা দুয়ো শুবলৈ যায়। বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ।

স্থানীয় আৰক্ষীয়ে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পতি-পত্নী দুয়োৰে হাৰ্ট এটেকত মৃত্যু হোৱাটো স্পষ্ট হৈছে। প্ৰশাসনে জনোৱা মতে, তেওঁলোকৰ পূৰ্বৰ কোনো চিকিৎসাজনিত ৰোগৰ ৰেকৰ্ড নাই। তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিনো পোৱা নগ’ল। এই ৰহস্যজনক মৃত্যুৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস