--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত জয়া কিশোৰীক চিনি নোপোৱা মানুহ খুব কমেই ওলাব। তেওঁ এগৰাকী বিখ্যাত প্ৰেৰণাদায়ক বক্তা। সমগ্ৰ দেশতে তেওঁৰ লাখ লাখ অনুৰাগী আছে। যেতিয়াই তেওঁ কোনো বক্তৃতা দিবলৈ যায়, তেতিয়াই অগণন মানুহৰ ভিৰ হয়। মানুহে তেওঁৰ কথাবোৰ অতি মনোযোগেৰে শুনি নিজৰ জীৱনটো ভালদৰে পৰিচালিত কৰিবলৈ সাহস পায়। 
Jaya Kishori Secrets: Jaya Kishori marriage plan, income and networth, Know  all about motivational speaker | Jaya Kishori: क्या आपको पता है जया किशोरी  की जिंदगी की ये सीक्रेट बातें, जिनसे अब
আজিকালি জয়া কিশোৰীৰ বিয়াক লৈ চৰ্চা চলি আছে। কিছুদিনৰ আগতে তেওঁৰ নাম বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ লগত জড়িত কৰা হৈছিল। যদিও বাগেশ্বৰ বাবাই নিজেই এই আলোচনাক উৰাবাতৰি বুলি অভিহিত কৰিছিল। ইয়াৰ কোনো সত্যতা নাই বুলিও তেওঁ স্পষ্ট কৰি দিছিল। এতিয়া বিবাহক লৈ চলি থকা আলোচনাৰ সন্দৰ্ভত জয়া কিশোৰীয়ে কিছু কথা ব্যক্ত কৰিছে।
Jaya Kishori Marriage:बागेश्वर धाम के नहीं, बल्कि इनकी मोहब्बत में डूबी हैं  कथावाचक, शादी के लिए रखी ये शर्त - Jaya Kishori Marriage Narrator Jaya  Kishori Put This Condition For Marriage -
জয়া কিশোৰীয়ে কয় যে তেওঁৰ তাৎক্ষণিক বিবাহৰ কোনো পৰিকল্পনা নাই আৰু এতিয়াও বহু সময় আছে। দ্বিতীয় কথাটো হ’ল তেওঁ সেই মানুহজনক বিয়া কৰাব, যিজন তেওঁৰ এটা ডাঙৰ চৰ্ত মানি ল’বলৈ সাজু, নহ’লে তেওঁ কেতিয়াও বিয়া নকৰায়।
Do you know Jaya Kishori Original Name what condition millionaire  motivational speaker put forth for marriage know a to z - करोड़पति कथावाचकः जया  किशोरी का असली नाम क्‍या है? खास शर्त
জয়া কিশোৰীয়ে কয় যে তেওঁ সেইজন ব্যক্তিক বিয়া কৰাবলৈ সাজু, যিজনে জয়াৰ মাক-দেউতাকক ওচৰতে ৰাখিবলৈ সাজু হ’ব। কলকাতাৰ ল’ৰা হ’লে ভাল। বাহিৰৰ ল’ৰা হ’লেও মাক-দেউতাকক নিজৰ ঘৰত বা ওচৰতে ৰাখিবলৈ মান্তি হ’ব লাগিব। জয়াই কয় যে মাক-দেউতাকৰ অবিহনে তেওঁ নিজৰ জীৱনটো কল্পনা কৰিব নোৱাৰে। গতিকে তেওঁৰ হ’বলগীয়া স্বামীয়ে এই চৰ্তটো পূৰণ কৰিলেহে তেওঁ বিয়াৰ কথা চিন্তা কৰিব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস