--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান পৰিয়ালৰ পৰা হিন্দু পৰিয়াললৈ বিয়া হৈ অহা মহিলাগৰাকীয়ে নিজৰ স্বামীৰ সৈতে বজাৰ কৰিবলৈ বুলি উলাই গৈছিল। আৰু তাতেই হিন্দু যুৱকৰ সৈতে বিয়া হোৱাৰ অপৰাধত মহিলাগৰাকীক প্ৰহাৰ কৰে কেইগৰাকীমান মৌলবাদী মুছলমান ব্যক্তিয়ে। উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত সংঘটিত হৈছে এই ঘটনা৷। 

ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে ২০২৩ চনৰ ২২ মে’ত এজন লোক নিজৰ পত্নীৰ সৈতে বজাৰলৈ আহিছিল। তাত এদল মুছলমান যুৱকে তেওঁলোকৰ বাট আগুচি ধৰে আৰু মহিলাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়। অশেষ চেষ্টাৰ পিছতো মহিলাগৰাকীক আততায়ীৰ প্ৰহাৰৰ পৰা স্বামীয় ৰক্ষা কৰিব নোৱাৰিলে।

সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাবে ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন চিকিৎসালয়ত কাম কৰে। কিছুদিন পূৰ্বে স্বামীৰ সৈতে দুয়োৰে আইনী বিবাহ সম্পন্ন হৈছিল। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস