--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিডৰ এতিয়া যেন বল পৰি আহিছে। যোৱা তিনি বছৰত কোভিডত বিশ্বত  ফলত লাখ লাখ লোকৰ মৃত্যু হৈছে। শ শ পৰিয়ালে প্ৰিয়জনক হেৰুৱাইছে। সমান্তৰালভাবে ভেকছিনো আহিছে।

কোভিডকলৈ এতিয়াও গৱেষণা চলি আছে। এই দীঘলীয়া সংগ্ৰামৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই তিনি বছৰৰ মূৰত শুক্ৰবাৰে কোভিডৰ জৰুৰীকালীন অৱস্থাৰ সমাপ্তি ঘোষণা কৰে।তিনি বছৰ আগতে কোভিডৰ সংহাৰৰ পৰিপ্ৰেক্ষিততে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বজুৰি কোভিডৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।  এনে জৰুৰীকালীন অৱস্থা ঘোষণাৰ দ্বাৰা বিশ্ব সাস্থ্য সংস্থাই সমগ্ৰ বিশ্বকে কোভিডৰ ভয়াৱহতাৰ প্ৰতি সতৰ্ক হ’বলৈ আহ্বান জনাইছিল। 

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যোৱা কেইবছৰমানত কোভিডৰ ফলত লাখ লাখ লোকৰ মৃত্যু হৈছে। কোভিডৰ সংহাৰে  গোলকীয় অৰ্থনীতিক ধ্বংস কৰিছে ।  কিন্তু এতিয়াৰে পৰা কোভিড আৰু   বিশ্বব্যাপী স্বাস্থ্যৰ জৰুৰী অৱস্থা হৈ নথাকিব।

 বিশ্ব স্বাস্থ্য সংস্থাই আজি কয়  "এয়া অতি আশাৰে কোভিড-১৯কলৈ  থকা বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ সমাপ্তি ঘোষণা কৰিছো," সংস্থাটোৰ মুৰব্বী  টেড্ৰোছ গাব্ৰিয়াছে এক বিবৃতিত এনেদৰে  কয়। তেওঁ লগতে কয় যে জৰুৰীকালীন অৱস্থা বাতিল কৰাৰ অৰ্থ বিপদাশংকা নোহোৱা হোৱা  নহয়। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড সমূলি  আঁতৰি যোৱা নাই। 









 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস