--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বিবাহক উৎসৱৰ দৰে পালন কৰা হয়। কইনা সাজিকাচি দৰাৰ বাবে ৰৈ থাকে আৰু দৰা কইনাৰ ঘৰলৈ আহি বিবাহৰ ৰীতি-নীতি কৰি বৰমালা পিন্ধায় চিৰজীৱনৰ বাবে দুয়ো এক হয়। ইয়াৰ পিছত দৰায়ে আনন্দৰে কইনাক নিজৰ ঘৰলৈ লৈ যায়, আনহাতে কইনাই কান্দি কান্দি সকলোৰে পৰা বিদায় লৈ দৰাৰ ঘৰলৈ যায়। 
The Weirdest Wedding Traditions In The World
এখন দেশ আছে য'ত বিয়াৰ সময়ত আত্মীয়-স্বজন, বন্ধু-বান্ধৱীয়ে মিলি দৰা-কইনাৰ গালৈ বোকা মাৰে. গেলা শাক-পাচলি, বিলাহী, কণী দলিয়ায় আৰু ছাঁই সানি দিয়ে। এনে আচৰিত প্ৰথা ক'ত আছে বাৰু?

ইউৰোপীয় দেশ স্কটলেণ্ডতত আছে এই পৰম্পৰা। স্কটলেণ্ডৰ মানুহে বিবাহক বহুত গুৰুত্ব দিয়ে। দুটা পৰিয়ালক একত্ৰিত কৰাৰ, দুটা ফৈদৰ মাজত অধিক আত্মীয়তা গঢ়ি তোলা আৰু মিত্ৰতা শক্তিশালী আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপ উন্নত কৰাৰ এক উৎকৃষ্ট উপায় বুলি বিবাহক গণ্য কৰা হয়।
अजीबोगरीब रस्म का उद्देश्य अभी भी अज्ञात
কিন্তু বিবাহৰ সময়ত এক অনন্য অনুষ্ঠান পালন কৰিবলগীয়া হৈছিল আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য আজিও যথেষ্ট ৰহস্যময়। এই নিয়মক "blackening the bride" বুলি কোৱা হয়। 
कहा जाता है
নৱ বিবাহিত দম্পতীক মাছৰ চাটনি, আলকাতৰা, চৰাইৰ পাখি, নষ্ট গাখীৰ, পচি যোৱা কণী, আটা, বোকা বা তেনেধৰণৰ কোনো ধৰণৰ বেয়া বস্তুৰে লেপি দিয়া হয়। ইয়াৰ পিছত তেওঁলোকক পেৰেড কৰোৱা হয়। দুয়ো এনেদৰে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰে।
5 bizzare Wedding rituals around the world - The Daily Guardian
সঁচাকৈয়ে এই অদ্ভুত আচাৰ-ব্যৱহাৰৰ সঠিক উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই যদিও এই প্ৰথা খ্ৰীষ্টৰ পূৰ্বৰ যুগৰ পৰাই আৰম্ভ হৈছে। উত্তৰ আয়াৰলেণ্ডতো একেধৰণৰ প্ৰথা আছে। তেওঁলোকে এই পৰম্পৰা হাঁঁহি হাঁহি মানি আহিছে। ইয়াৰ অৰ্থ কি তেওঁলোকে বিচাৰিবৰ চেষ্টাও নকৰে। মাঁথো পিতৃপুৰুষৰ পৰা চলি অহা পৰম্পৰা হিচাপে ইয়াক মানিবলৈ চেষ্টা কৰে।













 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস