--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
তেওঁ নথকা দুবছৰ হ'ল। অভিনেতা সুশান্ত সিঙৰ স্মৃতিয়ে বহুতক এতিয়াও কন্দুৱাই আছে। আৰু তেওঁৰ পৰিয়ালটো?  তেওঁলোকে হয়তো এতিয়াও তেওঁৰ মৃত্যুক স্বীকাৰ কৰিব পৰা নাই। বহু দিনৰ অন্তত সুশান্তৰ ভগ্নী মিতু সিঙৰ পোষ্টত পুনৰ প্ৰকাশ পালে যে কিমান কষ্ট বুকুত লৈ সুশান্তৰ পৰিয়ালটো জীয়াই আছে৷

 অৱশ্যে, মুক্তিৰ পিছৰে পৰা এক মিশ্ৰিত সঁহাৰি লাভ কৰিছে ব্ৰহ্মাস্ত্ৰই৷ যোৱা কেইদিনমানৰ পৰা, বেছিভাগ হিন্দী চলচ্চিত্ৰই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নাই। আৰু এইবাৰ সুশান্তৰ ভনীয়েকে 'ব্ৰহ্মাস্ত্ৰ' দেখি দৰ্শকৰ প্ৰতিক্ৰিয়া শুনি মুখ খুলিলে।

এফালে ভাতৃ সুশান্তৰ এখন ফটো আৰু আনফালে ব্ৰহ্মাস্ত্ৰৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছিল, “সুশান্তৰ ব্ৰহ্মাস্ত্ৰ বলীউড ধ্বংস কৰিবলৈ যথেষ্ট। এই দেশখনে সভ্য আচৰণ আৰু সংস্কৃতিৰ বিষয়ে সদায় সতৰ্ক হৈ আহিছে। কিন্তু বলীউডৰ এনে অসৎ লোকসকল কেনেকৈ তাত মুখ্য স্থান পাব পাৰে? ”

সুশান্তৰ ভগ্নীৰ এই মন্তব্যই এতিয়া সকলোতে বিতৰ্কৰ সৃষ্টি কৰিছে৷ ছ’চিয়েল মিডিয়াতো এই কথাই যথেষ্ট চৰ্চা লাভ কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ