--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপোনাৰ-মোৰ বাবে ছেল্‌ফী এখন তোলাতো তেনেই সাধাৰণ কথা৷ বহুতৰ বাবে ছেল্‌ফী তোলাতো এক নিচাৰ দৰে৷ কিন্তু ভাবকচোন ভাৰতৰ প্ৰথমখন ছেল্‌ফী কেনেকুৱা আছিল?উপযুক্ত  প্ৰযুক্তিৰ অবিহনেই উনবিংশ শতিকাতে কেনেকৈ  তোলা হৈছিল ভাৰতৰ প্ৰথমখন 
ছেল্‌ফী?

বুৰঞ্জীয়ে পাত লুটিয়ালে ত্ৰিপুৰাৰ  মহাৰাজা বীৰ চন্দ্ৰ মাণিক্য আৰু তেওঁৰ ৰাণী মহাৰাণী খুমান চানু মনমোহিনী দেৱীৰ বিষয়ে বহু তথ্য পোৱা যায় ।এই 
দম্পতীহাল কলা আৰু ফটোগ্ৰাফীৰ প্ৰতি উৎসাহী আছিল৷ আৰু ভাৰতত কেমেৰা থকা দ্বিতীয় ব্যক্তি আছিল বীৰ চন্দ্ৰ মাণিক্য। 

যদিও মহাৰাজা ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী আছিল,   তেওঁ এজন সুন্দৰ স্থপতিবিদো  আছিল আৰু আধুনিক আগৰতলা পৰিকল্পনা কৰাতো তেওঁ জড়িত আছিল৷ লগতে তেওঁ  ত্ৰিপুৰাত বহু সংস্কাৰ সাধন কৰিছিল৷  ত্ৰিপুৰাৰ  লোকসকলক নতুন ধাৰণাৰে উদ্ধৃত কৰিবলৈয়ো তেওঁ চেষ্টা কৰিছিল৷ 

এই দম্পতীয়েই তুলিছিল ভাৰতবৰ্ষৰ প্ৰথমখন ছেল্‌ফী ৷ এই ছেল্‌ফীখন ১৮৮০ তোলা হৈছিল৷   কিন্তু ক’ত তুলিছিল সেই তথ্য সম্পূৰ্ণৰূপে পোৱা নাযায়৷ কিন্তু যি সময়ত অধিকাংশ ভাৰতীয়ৰে ফটোগ্ৰাফ সম্পৰ্কে কোনো ধাৰণা নাছিল সেইসময়তেই এনেদৰে ছেল্‌ফী তোলাৰ  বিষয়ে মহাৰাজা বীৰ চন্দ্ৰৰ মনলৈ কেনেকৈ আহিছিল সেইয়া ভাবিলে আজিও  আচৰিত লাগে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ