--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনী পাকচক্ৰত ক্ৰমান্বয়ে সোমাই পৰিছে অনিল আম্বানী পৰিয়াল৷ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ বিভিন্ন ধাৰাত পঞ্জীয়ন হোৱা গোচৰটোত স্বামীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰাৰ এদিন পিছতে আজি প্ৰবৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় উদ্যোগপতি অনিল আম্বানীৰ পত্নী তথা বলীউডৰ প্ৰবীণ অভিনেত্ৰী টিনা আম্বানী৷

ইয়াৰ পূৰ্বে সোমবাৰে মুম্বাইৰ বেলাৰ্ড এষ্টেট এলেকাত কেন্দ্ৰীয় সংস্থাটোৰ সন্মুখত হাজিৰ হৈ অনিল আম্বানীয়ে গোচৰ সন্দৰ্ভত নিজৰ বক্তব্য লিপিবদ্ধ কৰে। ইয়াৰ পূৰ্বে ২০২০ চনত য়েছ বেংকৰ ঋণৰ কিকবেক গোচৰৰ সৈতে জড়িত আম্বানীয়ে প্ৰবৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হৈছিল, য’ত বেংকটোৰ সহ-প্ৰতিষ্ঠাপক ৰানা কাপুৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বম্বে উচ্চ ন্যায়ালয়ে অনিল আম্বানীৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আয়কৰ বিভাগক কোৱাৰ বাবে ৪২০ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত আম্বানীক আদালতে কিছু সকাহ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস