--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ চৌপাশে প্ৰায়ে এনে বহু কাম সংঘটিত হয় যাক দেখিলে আমাৰ তেজ উঠলি উঠে। তেনে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যিটো দেখি আপোনাৰো খং উঠাটো স্বাভাৱিক৷ এই ভাইৰেল ভিডিঅ'টোত এজন ব্যক্তিয়ে ৰাজহুৱা স্থানত আন এজন ব্যক্তিৰ ওপৰত প্ৰস্ৰাৱ কৰি আছে। মানৱতাক লজ্জিত কৰা এইজন ব্যক্তিৰ ওপৰত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। 

ভাইৰেল হৈ থকা এই ভিডিঅ'টো মধ্যপ্ৰদেশৰ বুলি কোৱা হৈছে। য'ত মানৱতাক চূড়ান্তভাৱে লজ্জিত কৰা হৈছে।এই ভিডিঅ'টোত এজন ব্যক্তিয়ে তলত বহি থকা আন এজন ব্যক্তিৰ ওপৰত প্ৰস্ৰাৱ কৰা দেখা গৈছে। এই ভিডিঅ'টোত প্ৰস্ৰাৱ কৰা ব্যক্তিজনে চিগাৰেট খাই এই ধৰণৰ নিৰ্লজ্জ কাম সংঘটিত কৰে। মানৱতাক লজ্জিত কৰা এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে।

এই ভিডিঅ’টোৰ প্ৰতি সচেতন হৈ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টুইটযোগে অৱগত কৰিছে যে অভিযুক্তৰ বিৰুদ্ধে এন এছ এৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ