--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতীয় মনোৰঞ্জন জগতৰ নয়নৰ মণি শ্ৰুতি হাছানে ৰাজহুৱা কৰিছে যে তেওঁ প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ দিছিল শান্তনু হাজৰিকাক৷ অসমৰ শান্তনু হাজৰিকা আৰু শ্ৰুতি হাছানে ইনষ্টাগ্ৰামত দম্পতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি এটি ভিডিঅ’ প্ৰস্তুত কৰিছিল৷ ভিডিঅ’টোত, শ্ৰুতিয়ে প্ৰকাশ কৰিছিল যে শ্ৰুতিয়ে প্ৰথনে শান্তনুক ‘মই তোমাক ভাল পাওঁ’ বুলি কৈছিল৷

দুয়োজনৰ মাজত সুৰক্ষামূলক কোন বুলি সোধাত শ্ৰুতি আৰু শান্তনুৱে ইজনে-সিজনৰ ফালে আঙুলিয়াই দিলে৷ তেওঁলোকে ২০২১ চনৰ জানুৱাৰীত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱা হৈছিল। তেওঁলোকে প্ৰায়ে কলা-প্ৰদৰ্শনী দৰ্শন কৰে। আজি শ্ৰুতি আৰু শান্তনুৱে ইনষ্টাগ্ৰামত কেইটামান কুইজ লৈছিল। প্ৰথম প্ৰশ্নটো আছিল প্ৰথমে কোন আগ্ৰহী আছিল সেই বিষয়ে। তেনেতে শ্ৰুতিয়ে শান্তনুৰ ফালে আঙুলিয়াই দিয়ে৷

আন এটা প্ৰশ্ন আছিল, কোনে কৈছিল মই তোমাক প্ৰথমে ভাল পাওঁ৷ সেই প্ৰশ্নটোত শ্ৰুতিয়ে নিজকে আঙুলিয়াই দিয়ে। শান্তনুকো সন্মত হোৱা দেখা গৈছিল৷ উল্লেখযোগ্য যে, শ্ৰুতি হাছানক শেষবাৰৰ বাবে প্ৰয়াত চলচ্চিত্ৰ নিৰ্মাতা এছ পি জননাথনৰ দ্বাৰা পৰিচালিত ‘লাবাম’ত দেখা গৈছিল। তেওঁ ছালাৰ আৰু নন্দমুৰি বালকৃষ্ণৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ