--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ একচন থ্ৰিলাৰ হাৰ্ট অফ ষ্টোনৰ জৰিয়তে  হলিউডত আত্মপ্ৰকাশ কৰাৰ যো-জা চলাইছে আলিয়া ভাটে৷  ছবিখনৰ  সহ-অভিনেতা গাল গাডোটে দেওবাৰে আলিয়া ভাটক  সন্তানটিৰ  জন্মৰ বাবে অভিনন্দন জনাইছে। গৰ্ভৱতী আলিয়াই মে মাহত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে আমেৰিকালৈ উৰা মাৰিছিল।

 

গালে আলিয়াৰ পোষ্টৰ কমেন্ট বক্সত তেওঁৰ সন্তানৰ জন্মৰ কথা ঘোষণা কৰি এটা বিশেষ  মন্তব্যও দিছিল৷ পোষ্টটোত  আলিয়াই এইয়া তেওঁৰ  জীৱনৰ সৰ্বশ্ৰেষ্ঠ বাতৰি  বুলি আখ্যা দিছিল৷ লগতে যাদুকৰী আখ্যা দিছিল তেওঁৰ কন্যা সন্তানটিক৷

 

গাল গাডোটে দেওবাৰে নিশা পোষ্টটোত মন্তব্য কৰিছিল। তাই এটা হৃদয় ইম’জিৰ সৈতে অভিনন্দন জনাইছিল আলিয়াক৷

 

এপ্ৰিলত ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আলিয়াই  জুনত মাহত  গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।আলিয়াই  এটা সাক্ষাৎকাৰত বেবী বাম্পৰ সৈতে এখন একচন চিনেমাৰ চিত্ৰ গ্ৰহণৰ বিষয়ে মুকলি কৰিছিল। তেওঁ কৈছিল, "এইটো মোৰ প্ৰথম হলিউডৰ ডাঙৰ ইংৰাজী ছবিৰ অভিজ্ঞতা আছিল আৰু মোৰ হাতত যথেষ্ট কাম আছিল কাৰণ মই প্ৰথমবাৰৰ বাবে এখন একচন চিনেমাৰ দৃশ্যগ্ৰহণ কৰি আছিলো। কিন্তু মইও গৰ্ভৱতী গতিকে মোৰ বাবে মোকাবিলা কৰিবলৈ বহুতো স্তৰ আছিল। কিন্তু তেওঁলোকে ইয়াক ইমান নিৰৱচ্ছিন্ন আৰু ইমান সহজ আৰু মোৰ বাবে ইমান আৰামদায়ক কৰি তুলিছিল। এইটো এনেকুৱা এটা বস্তু যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম কিয়নো মোক কিমান ধুনীয়াকৈ আৰু কিমান ভাল ব্যৱহাৰ কৰা হৈছিল।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু