--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১ নৱেম্বৰৰ নিশাৰ পৰা মুম্বাইৰ বেণ্ডষ্টেণ্ড অঞ্চলত ভিৰ হৈছিল। ঘৰটোৰ নাম 'মন্নত'। শ্বাহৰুখ খানৰ ঘৰ। মান্নাতৰ বাহিৰত শ্বাহৰুখক চাবলৈ ভিৰ। উপলক্ষে তেওঁৰ জন্মদিন। সেইদিনাই মান্নাতৰ বাহিৰত সংঘটিত হৈছিল চুৰিকাণ্ড।

প্ৰতি বছৰে এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাষ্ট্ৰৰ অনুৰাগীসকলে শ্বাহৰুখৰ ঘৰৰ সন্মুখত সমবেত হয়। এই বছৰটোও বেলেগ নাছিল। কিং খানে ৫৮ বছৰ বয়সত খোজ দিলে। স্বাভাৱিকতে এই দিনটোত শ্বাহৰুখৰ ঘৰৰ বাহিৰত বিপুল জনসমাগমৰ সৃষ্টি হৈছিল। গোটেই অঞ্চলটোত ইমানেই ভিৰ হৈছিল যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বেটন চাৰ্জৰ আশ্ৰয় ল’বলগীয়া হৈছিল।

উত্তেজনাৰ মাজতে কেইবাজনো অনুৰাগীৰ ৩০ টা ফোন হেৰাই গৈছে। সেইদিনা ৰাতি মুঠ ১৭ জন লোকে বান্দ্ৰা থানাত এফআইআৰ দাখিল কৰে। তদন্তৰ এদিনৰ ভিতৰতে আৰক্ষীয়ে চোৰক ধৰিলে। বান্দ্ৰা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ প্ৰত্যক্ষ কৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ নাম শুভম যমুনাপ্ৰসাদ, মহম্মদ আলী আৰু ইমৰাণ।

২ নৱেম্বৰৰ ১২ বজাত বেলকনিৰ পৰা শ্বাহৰুখ হাজিৰ হৈছিল। অনুৰাগীক হাত জোকাৰিলে। তাৰমাজতে চোৰে সংঘটিত কৰিলে চোৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ